• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ বছৰীয়া দাম্পত্য জীৱনত ফাট? ছেহৱাগ-আৰতিৰ সংসাৰত বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 9:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৭ বছৰ বয়সত প্ৰথম দেখাদেখি। তাৰ পিছত বয়স বাঢ়ি অহাৰ লগে লগে ইজনে সিজনৰ প্ৰেমত পৰে। ভাৰতীয় ক্ৰিকেট কিংবদন্তি বীৰেন্দ্ৰ ছেহৱাগে বহু অসুবিধাৰ অন্তত সমগ্ৰ পৰিয়ালক পতিয়ন নিয়াই বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ পত্নী আৰতি আহলাৱত আছিল ছেহৱাগৰ দূৰ সম্পৰ্কৰ ভগ্নী।

দুয়ো ৩ বছৰ সম্পৰ্কত থকাৰ পিছত ২০০৪ চনত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল। এইবাৰ সেই সম্পৰ্ক ভাঙিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ বাতৰি যদি শুদ্ধ হয় তেন্তে ২০ বছৰীয়া সম্পৰ্ক ভাঙিবলৈ ওলাইছে। সূত্ৰ অনুসৰি এতিয়া তেওঁলোক পৃথকে পৃথকে বাস কৰি আছে।

Apply Now

ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম ট্ৰিপল শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে বীৰেন্দ্ৰ ছেহৱাগে। ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত তেওঁ মাত্ৰ ২৭৮টা বলত ট্ৰিপল শতক অৰ্জন কৰিছিল। সেই ইনিংছত মুঠ ৰান আছিল ৩১৯ ৰান। ইয়াৰে ৪২টা চাৰি আৰু ৫টা ছয় আছিল।

ভাৰতৰ হৈ তেওঁৰ বিধ্বংসী প্ৰদৰ্শন এতিয়াও উল্লেখযোগ্য। ২০০৭ চনত ছেহৱাগ আৰু আৰতিৰ সংসাৰলৈ আহে তেওঁলোকৰ প্ৰথম সন্তান আৰ্যবীৰ। শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটতো তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে। ছেহৱাগৰ দ্বিতীয় সন্তান বেদান্তৰ জন্ম হৈছিল ২০১০ চনত।

দেৱালীৰ সময়ত যেতিয়া ছেহৱাগে এখন পাৰিবাৰিক ছবি পোষ্ট কৰিছিল, সেই সময়ত মাক আৰু পুত্ৰৰ সৈতে ছেহৱাগক দেখা গৈছিল যদিও পত্নী আৰতিক দেখা পোৱা নগৈছিল। তেতিয়াৰ পৰাই দুয়োৰে মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে। অৱশ্যে দুয়োৰে মাজত সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কোনো ইংগিত তেওঁলোক কোনো এজনে এতিয়াও দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd