• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋণৰ ভৰসাতে চলিছে হিমন্ত চৰকাৰ! পুনৰ ৫০০ কোটিৰ লোন ল’ব ‘মামা’ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 9:36 am
112
VIEWS
Share on FacebookShare on Twitter

সমুখত পঞ্চায়ত নিৰ্বাচন! নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক আঁচনিৰ ধন দিয়াৰ স্বাৰ্থত পুনৰ ঋণ লোৱাৰ প্ৰস্তুতি দক্ষ তথা কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ভোটৰ অংক মিলোৱাৰ স্বাৰ্থত ২৮ জানুৱাৰীত পুনৰ পাঁচশ কোটি টকা ঋণ ল‘বলৈ উদ্যত দিছপুৰ।

ঋণ লাভৰ বাবে অসম চৰকাৰে ভাৰতীয় বিজার্ভ বেংকৰ ওচৰত এক প্রস্তাৱ দাখিল কৰিছে। নববর্ষৰ প্ৰথম সপ্তাহতে অর্থাৎ চলিত বৰ্ষৰ ৭ জানুৱাৰীত ৫০০ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত দি অহা ২৮ জানুৱাৰীত পুনৰ পাঁচশ কোটি টকাৰ ঋণ ল‘ব।

লাভ কৰা তথ্য অনুসৰি চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষটো শেষ হ‘বলৈ মাত্র দুটা মাহ বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে নতুনকৈ কমেও প্রায় তিনি হাজাৰ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ লৈছে। ইতিমধ্যে ২০২৪-২৫ বিত্তীয় বর্ষটোৰ যোৱা সময়ছোৱাত প্রায় ১৫ হাজাৰ কোটি টকাৰ ঋণ চৰকাৰে লৈছে।

উল্লেখ্য যে, ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদন অনুসৰি ২০২৩-২৪বর্ষলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ‘ল ১ লাখ ৫০ হেজাৰ ৯০০ কোটি টকা। গতিকে এনে বৃহৎ পৰিমাণৰ ঋণৰ প্রতি লক্ষ্য ৰাখি প্রতিবেদনত মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰকে দায়বদ্ধ কৰা হৈছিল আৰু এনে অনুৎপাদনমূলক ব্যয় হ্রাস কৰি উৎপাদনমূলক কামত ব্যয় কৰিবলৈ পৰামর্শ দিয়া হৈছিল।

একেদৰে অসম চৰকাৰক বাৰম্বাৰ সকীয়াই দিছিল ভাৰতৰ মহাগাণনিকে। কিন্তু অসম চৰকাৰে ৰিজার্ভ বেংক কর্তৃপক্ষ আৰু ‘কেগ’ৰ উদ্বেগক গুৰত্বহীন কৰি একমাত্র ভোটবেংকৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰিবলৈ গৈ প্রতিটো বিত্তীয় বর্ষতে মূলধনী শিতানৰ ব্যয় হ্রাস কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd