• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET UG 2025-ত ঘুৰি আহিল প্ৰাক কোভিডৰ পেটাৰ্ণ! ‘অপশ্যনেল ছেকছন’ আঁতৰালে NTA-য়েই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2025 9:53 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET UG পৰীক্ষা আকৌ এবাৰ পুৰণি পদ্ধতিলৈ ঘূৰি আহিছে। ২০২৫ চনৰ নীট ইউজি পৰীক্ষা প্ৰাক-কোভিড পৰীক্ষাৰ অনুৰূপ পদ্ধতিৰে অনুষ্ঠিত হ’ব। ২০২৫ চনত নীট ইউজি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীৰ বাবে এই নতুন ফৰ্মেট ৰূপায়ণ কৰা হৈছে।

কোভিডৰ সময়ছোৱাত এই পৰীক্ষাত Section-B ত এটা ‘ঐচ্ছিক প্ৰশ্ন’ শিতান আৰু অতিৰিক্ত সময় সংযোজন কৰা হৈছিল। অৱশ্যে এতিয়াৰ পৰা প্ৰাৰ্থীয়ে আৰু সেইটো নাপাব।

Apply Now

চাৰি বছৰৰ মূৰত এই পৰীক্ষা পুনৰ প্ৰাক-কোভিড নীট ইউজি পৰীক্ষাৰ ফৰ্মেটলৈ ঘূৰি আহিছে। ২০২৫ চনৰ নীট ইউজি পৰীক্ষাৰ বাবে ১৮০টা বাধ্যতামূলক প্ৰশ্ন থাকিব। ইয়াত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ক্ৰমে ৪৫ নম্বৰ আৰু জীৱবিজ্ঞানত ৯০ নম্বৰ। প্ৰতিজন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ ১৮০ মিনিট বা ৩ ঘণ্টা সময় পাব।

নেচনেল টেষ্টিং এজেন্সী বা এন টি এয়ে কয়, ‘নিট (ইউ জি), ২০২৫ চনৰ সকলো পৰীক্ষাৰ্থীক ইয়াৰ দ্বাৰা অৱগত কৰা হয় যে প্ৰশ্নপত্ৰৰ পেটাৰ্ণ আৰু পৰীক্ষাৰ সময়সীমা পুনৰ ক’ভিড পূৰ্বৰ ফৰ্মেটলৈ ঘূৰি আহিব য’ত এইবাৰ কোনো ছেকচন বি নাথাকে।’ অতি সোনকালে NEET UG ৰ আৱেদন গ্ৰহণ  আৰম্ভ কৰিব।

জানিব পৰা মতে, পৰীক্ষাৰ বাবে পঞ্জীয়নত APAAR ID ৰ প্ৰয়োজন নহ’ব। খবৰ অনুসৰি এন টি এয়ে অতি সোনকালে পঞ্জীয়ন সন্দৰ্ভত সবিশেষ ঘোষণা কৰিব। জানিব পৰা মতে, এন টি এয়ে এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ বাবে কাগজ-কলমৰ পৰীক্ষাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। আৰু সেয়া এটা শ্বিফটতে হ’ব বুলি জনোৱা হৈছে। অৱশ্যে এইবাৰৰ পৰীক্ষাৰ গাইডলাইন এতিয়াও প্ৰকাশ কৰা নাই এন টি-য়ে।

২০২৪ চনৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UGৰ পৰীক্ষাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৫ মে’ত NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত এই ঘটনা উচ্চতম ন্যায়ালয়ত গৈ উপনীত হয়। অৱশেষত ২০২৪ চনৰ NEET UG পৰীক্ষা বাতিলৰ আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd