• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুলতেও শৰীৰৰ এইবোৰ অংশত ব্যৱহাৰ নকৰিব সুগন্ধি; হ’ব পাৰে মাৰাত্মক বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2025 8:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰুষ-মহিলা উভয়ে আজিকালি সুগন্ধি (পাৰফিউম) ব্যৱহাৰ কৰে। শৰীৰৰ কিছুমান বিশেষ ঠাইত সুগন্ধি ব্যৱহাৰ কৰিব পাৰি। কিন্তু চিকিৎসকে সকীয়াই দিছে যে বহু লোকে নিজৰ ইচ্ছামতে শৰীৰৰ বিভিন্ন অংশত সুগন্ধি ব্যৱহাৰ কৰে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এই প্ৰতিবেদনত আমি সুগন্ধি ব্যৱহাৰ কৰাৰ সময়ত শৰীৰৰ কোনবোৰ অংগ পৰিহাৰ কৰিব লাগে সেই বিষয়ে জানিব পাৰিম। সুগন্ধি ব্যৱহাৰ কৰাৰ সময়ত শৰীৰৰ কিছুমান বিশেষ অংশ পৰিহাৰ কৰিব লাগে কাৰণ ই ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

Apply Now

শৰীৰৰ এই অংশবোৰত ব্যৱহাৰ নকৰিব

* সুগন্ধিত এলকহল আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে। ইয়াক মুখ আৰু চকুৰ পৰা আঁতৰত ৰাখিব লাগে।

* গালত সুগন্ধি ব্যৱহাৰ নকৰিব। কাৰণ ইয়াৰ ফলত ছালৰ জ্বলা-পোৰা আৰু ঘাঁ হ’ব পাৰে। বিশেষকৈ যদি আপুনি চেভ কৰিছে তেন্তে সুগন্ধি ব্যৱহাৰ কৰিব নালাগে।

* যৌনাংগৰ আশে-পাশে সুগন্ধি ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত জ্বলা-পোৰা আৰু সংক্ৰমণ হ’ব পাৰে।

* কটা-ছিঙা বা ঘাঁত সুগন্ধি ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে।

মুখ আৰু নাক

*মুখ আৰু নাকৰ চাৰিওফালে সুগন্ধি ব্যৱহাৰ নকৰিব। ইয়াৰ ৰাসায়নিক পদাৰ্থ শৰীৰত প্ৰৱেশ কৰি ক্ষতি কৰিব পাৰে।

* পেট আৰু নাভিৰ আশে-পাশে থকা ছালত সুগন্ধি ব্যৱহাৰ কৰিলে জ্বলা-পোৰা হব পাৰে, বিশেষকৈ যদি আপোনাৰ ছাল সংবেদনশীল, তেন্তে সুগন্ধি ব্যৱহাৰ নকৰিব।

* কাণৰ ভিতৰত বা চাৰিওফালে সুগন্ধি ব্যৱহাৰ কৰিলে জ্বলা-পোৰা আৰু সংক্ৰমণ হ’ব পাৰে।

সুগন্ধি ব্যৱহাৰ কৰাৰ সময়ত সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

* আপোনাৰ ছালত ঘাম আৰু লেতেৰা থাকিলে সুগন্ধি ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত জ্বলা-পোৰা আৰু সংক্ৰমণ হ’ব পাৰে।

* চেভ কৰাৰ লগে লগে সুগন্ধি ব্যৱহাৰ নকৰিব। কাৰণ সুগন্ধিত থকা ৰাসায়নিক পদাৰ্থই ছালত জ্বলা-পোৰা সৃষ্টি কৰিব পাৰে।

* যদি আপুনি নতুন সুগন্ধি ব্যৱহাৰ কৰিবলৈ গৈ আছে তেন্তে ছালৰ সৰু অংশত পৰীক্ষা কৰি চাওক। ইয়াৰ দ্বাৰা আপোনাৰ সুগন্ধিৰ এলাৰ্জী আছে নে নাই সেইটো জানিব পাৰিব।

* সুগন্ধিৰ বটলৰ মুখখন পৰিষ্কাৰ আৰু বন্ধ কৰি ৰাখিব লাগে। যাতে তাত ধূলি বা বেক্টেৰিয়া সোমাব নোৱাৰে।

গুণগত সুগন্ধি ব্যৱহাৰ গুৰুত্বপূৰ্ণ

* ভাল মানৰ আৰু বিশুদ্ধ সুগন্ধি ব্যৱহাৰ কৰক। সস্তীয়া আৰু নকল সুগন্ধিত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকিব পাৰে যিয়ে সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।

* খোলা আৰু বায়ু চলাচল কৰা ঠাইত সুগন্ধি ব্যৱহাৰ কৰিব লাগে যাতে সুগন্ধিৰ ধোঁৱা প্ৰত্যক্ষভাৱে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত প্ৰৱেশ নকৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা হাত সাৰিব।

* সুগন্ধিৰ পৰিমাণৰ প্ৰতি সাৱধান হওক আৰু প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ নকৰিব। অত্যধিক সুগন্ধি ব্যৱহাৰ কৰিলে ছালৰ সংক্ৰমণ হ’ব পাৰে।

ক’ত ক’ত ব্যৱহাৰ কৰিব পাৰি?

* হাতৰ খাৰুগাঁঠি, কান্ধ, কাণৰ পিছফালে, কঁকালৰ ভাঁজত সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত সুগন্ধিৰ স্থায়িত্ব বৃদ্ধি পাব আৰু আপোনাক এক সতেজ অনুভুতি দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd