• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বায়ু প্ৰদূষণৰ ক্ষেত্ৰত দিল্লীক অতিক্ৰম গুৱাহাটীৰ! বুধবাৰে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক হ’লগৈ ৪০০

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2025 8:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে গুৱাহাটীত। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকো অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীয়ে। ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বায়ু প্ৰদূষণে ভয়াৱহভাৱে বৃদ্ধি পোৱা দেখা হৈছে। কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীৰ পৰাই পর্যন্ত গুৱাহাটীৰ লগতে ৰাজ্য কেবাখনো নগৰত বায়ুৰ গুণমান অধিক নিম্নগামী হৈ ‘বেয়া’ শ্ৰেণীত অন্তর্ভুক্ত হৈছে।

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, যোৱা সপ্তাহতকৈ চলিত সপ্তাহত গুৱাহাটীৰ বায়ুৰ গুণমান সূচাংক অধিক নিম্নগামী হৈছে। বুধবাৰে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক হৈছে ৪০০ আৰু সৰ্বনিম্ন সূচাংক ৩০৪। পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰৰ গঢ় সূচাংক হৈছে ৩৪৮। এই সূচাংকই গুৱাহাটীৰ বায়ু প্ৰদূষণৰ ভয়ংকৰ অৱস্থাকে সূচাইছে।
উল্লেখ্য যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এ কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল। ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক আৰু ১০১-২০২ ভিতৰত থাকিলে মধ্যমীয়া বুলি গণ্য কৰা হয়। ইয়াৰ বিপৰীতে ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া আৰু ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে গণ্য কৰা হৈছে।

Apply Now

গুৱাহাটীত চলি অবাধ নিৰ্মাণ কাৰ্যকে ইয়াৰ প্ৰধান কৰা বুলি ধাৰণা কৰা হৈছে। ইয়াৰোপৰি যান-বাহন, ইয়াৰ দাঁতি কাষীয়া অঞ্চলসমূহ আৰু পাহাৰসমূহত চলি থকা খনন, ব্ৰহ্মপুত্ৰ আৰু অন্য উপনৈৰপৰা উৰা অহা ধূলি আদিয়ে গুৱাহাটীৰ বায়ুক অধিক প্ৰদূষণ কৰি তুলিছে। চৰকাৰী-বেচৰকাৰী নির্মাণ তথা আন্তঃগাঁথনি, উন্নয়নমূলক কাৰ্যৰ বাবেই ৰাজ্যৰ বিভিন্ন চহৰৰ বায়ুৰ গুণমান শোচনীয় হৈ পৰিছে। ইয়াৰ বিপৰীতে চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা নাই। বায়ু প্ৰদূষণৰ এনে মাত্ৰাই মহানাগৰিকৰ স্বাস্থ্যতো বিৰোপ প্ৰভাৱ পেলাইছে।

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, ২০১-৩০০ এ কিউ আইৰ বায়ুত দীর্ঘ সময় ধৰি থাকিলে বেছিভাগ লোকৰেই উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হয় । ১০১-২০০ৰ ভিতৰত এ কিউ আই হ’লেই এজমা থকা, হৃদৰোগ আৰু হাওঁফাওঁৰ ৰোগত আক্রান্ত লোকে উশাহ-নিশাহৰ সমস্যাত ভোগে।

দীৰ্ঘদিন ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক এইদৰে নিম্নগামী হৈ থাকিলে মহানাগৰিক জীৱন যাত্ৰা দুবিৰ্ষহ হৈ পৰাতো প্ৰায় নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd