• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগোত বিদ্ৰোহীৰ সৈতে সংঘৰ্ষত ৫ দিনত ৭০০ জন নিহত, আহত ২৮০০ জন; জনালে ৰাষ্ট্ৰসংঘই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 2:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগোৰ পূৰ্বাঞ্চলত এম ২৩ বিদ্ৰোহী গোটৰ সৈতে পাঁচ দিনীয়া যুঁজত ৭০০ লোকৰ মৃত্যু হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম বিবিচি আৰু আমেৰিকান সংবাদ মাধ্যম চিএনএনে তেওঁলোকৰ প্ৰতিবেদনত এই বাতৰি প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ সচিবৰ প্ৰধান মুখপাত্ৰ ষ্টেফান ডুজাৰিকৰ উদ্ধৃতি দি সংবাদ মাধ্যম দুটাই প্ৰকাশ কৰা অনুসৰি ২৬-৩০ জানুৱাৰীৰ ভিতৰত কংগোৰ পূব অংশত সংঘাত তীব্ৰতৰ হোৱাৰ পিছত মাত্ৰ পাঁচ দিনৰ ভিতৰতে ৭০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ২৮০০ লোক আহত হৈছে।

Apply Now

বিবিচিৰ বাতৰি অনুসৰি এম ২৩ বিদ্ৰোহী সংগঠনটোৱে ইতিমধ্যে উত্তৰ কিভু প্ৰদেশৰ ৰাজধানী গোমা দখল কৰিছে। এতিয়া তেওঁলোক দক্ষিণ কিভু প্ৰদেশৰ ৰাজধানী বুকাভুৰ দিশে আগবাঢ়িছে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি যোৱা সপ্তাহত কংগোত বিদ্ৰোহীৰ সৈতে হোৱা সংঘৰ্ষত ১৩ জন শান্তিৰক্ষী সেন্য নিহত হৈছে।

এম ২৩ বা ২৩ মাৰ্চ কংগোৰ টুট্সি জনগোষ্ঠীৰ এটা সশস্ত্ৰ বিদ্ৰোহী গোট। এসময়ত ই কংগো সেনাৰ সৈতে কাম কৰিছিল। অৱশ্যে ১০ বছৰ পূৰ্বে কংগো সেনাৰ পৰা পৃথক হৈছিল। ২০২২ চনৰ পৰা এম ২৩ বিদ্ৰোহী সংগঠনে পূব কংগোৰ বিভিন্ন অঞ্চলৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ আৰম্ভ কৰে।

বিবিচিয়ে জনোৱা মতে, চলিত বৰ্ষৰ আৰম্ভণিতে কংগো সেনা আৰু এম ২৩ বিদ্ৰোহীৰ মাজত যুদ্ধ তীব্ৰতৰ হৈ পৰিছিল।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি চলিত বছৰতে সংঘাতৰ বাবে প্ৰায় ৪ লাখ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd