• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ : ৭৪ৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব বীমা খণ্ডৰ এফডিআই-ৰ সীমা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 4:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে  আজি সংসদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত কয় যে ২০২৫-২৬ বৰ্ষৰ বাজেটৰ লক্ষ্য হৈছে ছটা ক্ষেত্ৰত পৰিৱৰ্তনশীল সংস্কাৰ আৰম্ভ কৰা, যি অহা পাঁচ বছৰত আমাৰ বিকাশৰ সম্ভাৱনা আৰু গোলকীয় প্ৰেক্ষাপটত প্ৰতিযোগিতাৰ দক্ষতা বৃদ্ধি কৰিব।

এই ক্ষেত্ৰসমূহৰ ভিতৰত এটা হৈছে বিত্তীয় খণ্ড ,য’ত বীমা, পেঞ্চন, দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) আদি খণ্ড অন্তৰ্ভুক্ত হৈ আছে।

Apply Now

বীমা খণ্ডত এফডিআই

নিৰ্মলা সীতাৰমণে জনাইছে যে বীমা খণ্ডৰ বাবে এফডিআই-ৰ সীমা ৭৪ৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব। এই বৰ্ধিত সীমা সেই কোম্পানীসমূহৰ বাবে উপলব্ধ হ’ব যিয়ে সমগ্ৰ প্ৰিমিয়াম ভাৰতত বিনিয়োগ কৰে। বিদেশী বিনিয়োগৰ সৈতে সম্পৰ্কিত বৰ্তমানৰ সতৰ্কতা ব্যৱস্থা আৰু চৰ্তসমূহ পুনৰীক্ষণ আৰু সৰল কৰা হ’ব।

পেঞ্চন খণ্ড 

পেঞ্চনৰ ক্ষেত্ৰত  নিয়ামক সমন্বয় আৰু বিকাশৰ বাবে এখন মঞ্চ স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

কেৱাইচি সৰলীকৰণ

কেৱাইচি প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ ক্ষেত্ৰত পূৰ্বৰ ঘোষণা কাৰ্যকৰী কৰিবলৈ, পুনৰ প্ৰৱৰ্তন কৰা কেন্দ্ৰীয় কেৱাইচি ৰেজিষ্ট্ৰী ২০২৫ চনৰ পৰা আৰম্ভ কৰা হ’ব বুলি  নিৰ্মলা সীতাৰমণে কয়। ইয়াক সময়ে সময়ে আপডেট কৰাৰ বাবে এটা সুশৃংখল প্ৰণালীও কাৰ্যকৰী কৰা হ’ব।

কোম্পানীসমূহৰ একত্ৰীকৰণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে  লগতে কয় যে কোম্পানীৰ একত্ৰীকৰণৰ দ্ৰুত অনুমোদনৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াবোৰ যুক্তিসঙ্গত কৰা হ’ব। একত্ৰীকৰণৰ দ্ৰুত-পথ তথা সুযোগসমূহৰ পৰিসৰো বিস্তৃত কৰা হ’ব আৰু প্ৰক্ৰিয়াটো সৰল কৰা হ’ব।

দ্বিপাক্ষিক বিনিয়োগ চুক্তি

নিৰন্তৰ বিদেশী বিনিয়োগক উৎসাহিত কৰিবলৈ আৰু ‘প্ৰথমে ভাৰতৰ বিকাশ’ৰ ভাৱনাৰে, বৰ্তমানৰ আদৰ্শ দ্বিপাক্ষিক বিনিয়োগ চুক্তিসমূহৰ পুনৰীক্ষণ কৰা হ’ব আৰু সেইবোৰক অধিক বিনিয়োগকাৰী-অনুকূল কৰা হ’ব বুলি  কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে  লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd