• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ষ্টেমিনা কিদৰে বৃদ্ধি কৰিব? জানি লওক কেইটামান প্ৰাকৃতিক উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2025 8:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনটো সজীৱ আৰু কৰ্মঠ হৈ থাকিবলৈ আমাৰ শৰীৰৰ আভ্যন্তৰীণ শক্তি বা ষ্টেমিনাৰ প্ৰয়োজন। ‎ষ্টেমিনাৰ অভাৱ হ’লে আমি কোনো শাৰীৰিক বা মানসিক কাৰ্যকলাপ ভালকৈ কৰিব নোৱাৰোঁ। ‎ষ্টেমিনাৰ অভাৱত মানুহ অতি সোনকালেই ভাগৰি পৰে। ষ্টেমিনাই মানুহক বলবান আৰু বেগী কৰি ‎তোলাৰ লগতে বিভিন্ন ৰোগ ব্যাধিৰ পৰাও ৰক্ষা কৰে। সেয়ে আমি আমাৰ শৰীৰৰ ষ্টেমিনা বৃদ্ধি ‎কৰাতো অতিকে প্ৰয়োজন।

সেয়ে আজি আপোনালোকৈ লৈ আহিছোঁ প্ৰাকৃতিকভাবে ষ্টেমিনা বৃদ্ধি কৰাৰ কিছু উপায় —‎

১. নিয়মীয়া ব্যায়াম কৰক: দৌৰা, জপিওৱা, চাইকেল চলোৱা, খেলা ধূলা আদি নিয়মীয়াকৈ কৰিলে ‎হৃদযন্ত্ৰ আৰু হাওফাওৰ কাৰ্যক্ষমতা বাঢ়ে। ইয়াৰ লগতে মাংস পেশীও শক্তিশালী হয়। গতিকে ‎প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰক।

২. সুস্থ খাদ্যাভ্যাস : আমি আামাৰ শৰীৰৰ মাংস পেশী বৃদ্ধি আৰু শক্তিশালী কৰাৰ বাবে প্ৰ’টিনযুক্ত ‎খাদ্য যেনে কণী, মাছ, দাইল, চয়াবিন আদি খাব লাগে। লগতে শক্তি বৃদ্ধিৰ বাবে কাৰ্বহাইড্ৰেটযুক্ত ‎খাদ্য যেনে ভাত, ৰুটি, অটছ আদি খাব লাগে। লগতে ভিটামিন আৰু খনিজ পদাৰ্থৰ বাবে সেউজীয়া ‎শাকপাচলি আৰু ফলমূল প্ৰচুৰ পৰিমাণে খাব লাগে। লগতে জাংক ফুড একেবাৰে ত্যাগ কৰক। খাদ্য ‎সময় মতে গ্ৰহণ কৰক।

৩. পানী : শৰীৰটো কৰ্মঠ হৈ থাকিবলৈ হ’লে আমাক পানীৰ প্ৰয়োজন। সেয়ে দৈনিক ৮ৰ পৰা ১০ ‎গিলাচ পানী খোৱাৰ চেষ্টা কৰক। ‎

৪. পর্যাপ্ত বিশ্ৰাম লওক : নিতৌ নিশা ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে। বিশ্ৰাম নল’লে শৰীৰে ‎কাম কৰাৰ ক্ষমতা হেৰুৱায়। ‎

৫. যোগ আৰু প্ৰাণায়াম : সূৰ্য নমস্কাৰ, কপালভাতি আদি যোগাসনৰ দ্বাৰা শৰীৰৰ সহনশীলতা ‎আৰু শ্বাসপ্ৰশ্বাস নিয়ন্ত্ৰণ কৰিব পাৰি। ‎

৬. বেয়া অভ্যাস এৰক: ধূমপান, মদ্যপান আদিয়ে শৰীৰৰ অক্সিজেন চলাচল কমায়। গতিকে ‎এইবোৰ অখাদ্য ভক্ষণ কৰিলে শৰীৰত জোৰ বল কমি যায়।

৭. মানসিক চাপ কমাওক: মানসিক চাপে আমাৰ মনৰ লগতে শৰীৰৰো বল হ্ৰাস কৰে। গতিকে ‎ৰং মনেৰে থাকক।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd