• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুতৰ হাৰ ২৫ বেছিছ পইণ্ট কৰ্তন, RBIৰ নতুন ৰেপো ৰেট ঘোষণা; হ্ৰাস পাব মাহিলী কিস্তিৰ ধন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 7, 2025 12:03 pm
336
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ৰেপো ৰেট সলনি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। শুকুৰবাৰে (৭ ফেব্ৰুৱাৰী) আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ২৫ বেচিছ পইণ্ট কৰ্তনৰ কথা ঘোষণা কৰে। ফলত ৰেপো ৰেট ৬.৫ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ হ্ৰাস পালে।

বিগত দুবছৰ ধৰি আৰ বি আইয়ে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছিল। শীৰ্ষ বেংকটোৱে শেষবাৰৰ বাবে ২০২০ চনৰ মে’ মাহত সুতৰ হাৰ কৰ্তন কৰিছিল। অৰ্থাৎ ৰিজাৰ্ভ বেংকে প্ৰায় পাঁচ বছৰৰ পাছত সুতৰ হাৰ হ্ৰাস কৰিলে।

আৰ বি আইয়ে সকলো চৰকাৰী আৰু ব্যক্তিগত বেংকক যি সুতৰ হাৰত ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। যদি ই হ্ৰাস পায় তেন্তে ইয়াৰ সৈতে জড়িত সকলো বাহ্যিক বেঞ্চমাৰ্ক ঋণৰ সুতৰ হাৰ হ্ৰাস পায়। কোৱা বাহুল্য যে ইয়াৰ দ্বাৰা বেংকৰ ঋণ লোৱাসকলে সকাহ পাব। তেওঁলোকৰ মাহিলী কিস্তিৰ ধন হ্ৰাস পাব।

আৰ বি আইৰ ৰেপো ৰেট কৰ্তনৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা বেংকৰ বাবে ফাণ্ড বেছড লেণ্ডিং ৰেট (এম চি এল আৰ)ৰ প্ৰান্তীয় ব্যয় হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ আৰ বি আইয়ে তাত ২৫০ বেছিছ পইণ্ট সুতৰ হাৰ বৃদ্ধি কৰিছিল।

চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৭ তাৰিখ শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত শক্তিকান্ত দাসে অৱসৰ লোৱাৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছে।

শুকুৰবাৰে গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয়, “আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপ’ ৰেট ২৫ বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ঋণ সস্তা কৰাৰ লগতে বিত্তীয় কাৰ্যকলাপক উৎসাহিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।’’

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd