• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছত্তীশগড়ত নিহত ১২জন মাওবাদী! সংঘৰ্ষত নিহত দুই নিৰাপত্তাৰক্ষী, আহত আন দুজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2025 1:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ত মাওবাদী দমনৰ বাবে পুনৰ যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে। দেওবাৰে পুৱা ছত্তীশগড় আৰক্ষীয়ে জনোৱা মতে, বিজাপুৰ জিলাত সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। অৱশ্যে প্ৰত্যাক্ৰমণত দুজন নিৰাপত্তা বাহিনীৰ সদস্যও নিহত হয়। আন দুজন গুৰুতৰভাৱে আহত হয়। কিছু সপ্তাহ পূর্বে বিজাপুৰতে যৌথ বাহিনীৰ সৈতে হোৱা ‘এনকাউণ্টাৰ’ত আঠটা মাওবাদী নিহত হৈছিল৷

এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৱা শুকুৰবাৰে বিজাপুৰৰ জংঘল অঞ্চলত মাওবাদীৰ ‘পশ্চিম বস্তাৰ সংমণ্ডল’ৰ সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছিল। ইয়াৰ লগে লগে কেন্দ্ৰীয় বাহিনী চি আৰ পি এফ, ছত্তীশগড় সশস্ত্ৰ আৰক্ষী আৰু কোব্ৰা ইউনিটৰ সদস্যই অঞ্চলটোত অভিযান আৰম্ভ কৰে। শনিবাৰে নিশা আৰম্ভ হোৱা সংঘৰ্ষত নিহত হৈছে ১২ জন মাওবাদী।

Apply Now

যোৱা কেইবছৰমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে মাওবাদীক দেশৰ পৰা নিৰ্মূল কৰাৰ কথা দোহাৰি আহিছে। এইবাৰো তেওঁ বাৰে বাৰে দাবী কৰি আহিছে যে ২০২৬ চনৰ ৩১ মাৰ্চ এই দেশৰ মাওবাদীৰ বাবে শেষ দিন হ’ব। তাৰ আগতে মাওবাদী দেশৰ পৰা সম্পূর্ণৰূপে নির্মূল হ’ব৷

মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈও উৎসাহিত কৰিছে ৰাষ্ট্ৰই। বন্দী মাওবাদীসকলক চাকৰি আৰু স্বাস্থ্যসেৱাকে ধৰি সকলো দায়িত্ব ৰাষ্ট্ৰই ল’ব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছে। ইতিমধ্যে নতুন নীতিৰে মাওবাদী নিৰ্মূল কৰাৰ দিশত চৰকাৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। চৰকাৰী তথ্য অনুসৰি যোৱা বছৰ ২০৭জন মাওবাদী নিহত হৈছে। উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ।

যোৱা ৩ জানুৱাৰীৰ পৰা সমগ্ৰ বস্তাৰ সংমণ্ডলত মাওবাদীৰ বিৰুদ্ধে যৌথ বাহিনীয়ে নতুন অভিযান আৰম্ভ কৰিছে। বিজাপুৰ আৰু সুকমাৰ উপৰিও নাৰায়ণপুৰ, দান্তেৱাড়া, জগদলপুৰ, কাংকেৰ আৰু কোণ্ডাগাঁও জিলাৰ পাহাৰ আৰু বনাঞ্চলতো তালাচী অভিযান অব্যাহত আছে। তদুপৰি মাওবাদী গেৰিলাক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে নিৰন্তৰ প্ৰচাৰ অভিযান চলি আছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে গান্ধী তাঁতী ওৰফে কমলেশ আৰু মাইনু ওৰফে হেমলাল কোৰৰাম, ৰঞ্জিত লেকামি ওৰফে অৰ্জুন আৰু তেওঁৰ পত্নী কোছি ওৰফে কাজলৰ দৰে মাওবাদী নেতাই আত্মসমৰ্পণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd