• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ মুখপত্র উন্মোচন

নয়নমণি ভৰদ্বাজ, নাজিৰা by নয়নমণি ভৰদ্বাজ, নাজিৰা
February 9, 2025 8:00 pm
678
VIEWS
Share on FacebookShare on Twitter

অসম আৰু অসমীয়াৰ হকে অবিৰত সংগ্ৰাম কৰি অহা অৰাজনৈতিক ছাত্ৰ সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ টকৌ আলিস্থিত কাৰ্যালয়ত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

গ্ৰন্থ উন্মোচনী সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পলাশ ৰাজকোঁৱৰ,উপ-সভাপতি অভিজিৎ গগৈ, প্ৰাক্তন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা তথা সমাজকৰ্মী ভবানন্দ বড়া,শিক্ষাবিদ্বয় ড০গীতিমণি হাতীকাকতি, কবি চৈয়দা ৱাহিদা বেগম ,আটাছু  শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি মিন্টু দুৱৰা,নাজিৰা আঞ্চলিক সাহিত্য সভাৰ সভাপতি ৰুবুল হাতীকাকতি, সংবাদকৰ্মী নয়নমণি ভৰদ্বাজ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

ইয়াৰ পিছতে ভাস্কৰজ্যোতি মহন্ত আৰু চিত্ৰশিল্পী ৰোহিত বৰুৱাই সম্পাদনা কৰা অবিৰত যাত্ৰা শীৰ্ষক ২০২৫ বৰ্ষৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ মুখপত্র খন আনুষ্ঠানিকভাবে উন্মোচন কৰে শিক্ষাবিদ ড০গীতিমণি হাতীকাকতিয়ে।

সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সমাজসেৱা সম্পাদক বিকি বৰচেতীয়া,নাজিৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপ্লৱ গগৈ, যুটীয়া সম্পাদক অভিজিৎ কোঁৱৰ, নাজিৰা মহাবিদ্যালয় গোটৰ বিকাশ হাজৰিকা, নাজিৰা আঞ্চলিক সমিতিৰ দুৰ্লভ দত্ত, মইনা ফুকন,দেৱজিত দাসকে ধৰি আন সদস্য সকল উপস্থিত থাকে।

Recent News

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd