• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুধবাৰে নতুন মুখ্যমন্ত্ৰী পাব মণিপুৰে? কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 8:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ চকীত কোন বহিব? এতিয়া বিজেপিয়ে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে। সূত্ৰ অনুসৰি অহা বুধবাৰে বীৰেণ সিঙৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত লোৱা হ’ব। তাৰ আগতে বিজেপি নেতা সম্বিত পাত্ৰ মণিপুৰলৈ আহিছিল। সোমবাৰে ইম্ফলত তেওঁ কেইবাজনো দলীয় বিধায়ক আৰু নেতাৰ সৈতেও আলোচনাত মিলিত হয়।

দেওবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বীৰেন সিঙে। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক পদত্যাগ পত্ৰ দাখিল কৰে। সেই সময়ত সম্বিত পাত্ৰও তেওঁৰ সৈতে আছিল। নতুন মুখ্যমন্ত্রী বা বিকল্প ব্যৱস্থা নোহোৱালৈকে বীৰেণ সিঙক তত্বাৱধায়ক মুখ্যমন্ত্রী হিচাপে থকাৰ নির্দেশ দিছে মণিপুৰৰ ৰাজ্যপালে৷

ইফালে, তাত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত লোৱাৰ বাবে বিজেপিৰ ভিতৰত কুচকাৱজ আৰম্ভ হৈছে। সোমবাৰে ইম্ফলত দলীয় নেতা, বিধায়ক আৰু কেইবাজনো মন্ত্ৰীৰ সৈতে বিজেপিৰ উত্তৰ-পূব ভাৰতৰ প্ৰভাৰী সম্বিত পাত্ৰই এক ব্যক্তিগত বৈঠকত মিলিত হয়। অৱশ্যে সেই বৈঠক সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ সৈতে কোনো কথা শ্বেয়াৰ কৰা নাই।

আনহাতে, সূত্ৰ অনুসৰি অহা বুধবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এখন বৈঠকত মণিপুৰৰ মুখ্যমন্ত্ৰী কোন হ’ব সেইটো নিৰ্ণয় কৰিব। সেই বৈঠকত ৰাজ্যখনৰ দলৰ সকলো বিধায়কক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কুকি সম্প্ৰদায়ৰ ১০জন বিধায়কেও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে মণিপুৰ প্ৰায় দুবছৰ ধৰি গোষ্ঠীগত সংঘাতত লিপ্ত হৈ আছে। ইয়াকে লৈ তেওঁ কেইবাজনো দলৰ নেতা আৰু বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী বীৰেণ সিং। কিছুদিন পূৰ্বে গোবিন্দদাস কান্থুয়ামকে ধৰি ৰাজ্যখনৰ তিনিজন মন্ত্ৰী আৰু চাৰিজন বিধায়ক দিল্লীলৈ গৈছিল। তাৰ পিছতে বীৰেণ সিঙে পদত্যাগ কৰে। কংগ্ৰেছে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পৰিকল্পনা কৰিছিল। তাৰ আগতে বীৰেণ সিঙে পদত্যাগ কৰিছে।

সূত্ৰ অনুসৰি, মণিপুৰৰ অধ্যক্ষ থকচম সত্যব্ৰত সিং আৰু পৌৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী উমনম খেমচান্দ নতুন মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছে। সূত্ৰসমূহে জনোৱা মতে, ইয়াৰে কোনোবা এজনক নিৰ্বাচিত কৰা হ’ব নে আন কাৰোবাক দায়িত্ব দিয়া হ’ব সেয়া বুধবাৰেহে জানিব পৰা যাব।

আনহাতে, মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব পাৰে বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে মণিপুৰ কংগ্ৰেছৰ সভাপতি কে মেঘচন্দ্ৰই কয় যে তাত তেওঁলোকে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ বিৰোধিতা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd