• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ শদিয়াৰ গীত চুৰি কৰিছিল সীমান্ত শেখৰে! ‘জিলেলে জিলেলে’ গীতটো আচলতে কাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 5:56 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে অনুষ্ঠিত হৈ যায় প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ৰাজীৱ শদিয়াৰ মৃত্যুৱে যেন অধিক উজ্জ্বলাই তুলিলে তেখেতৰ প্ৰতিভাক। জীৱন কালত বঁটা-বাহন, সা-সন্মান বৰ বিশেষ এক নাপালেও মৃত্যুৰ পিছত এগৰাকী শিল্পীৰ প্ৰাপ্য মৰ্যাদা লাভ কৰিলে ৰাজীৱ শদিয়াই। মৃত্যুৰ পিছত অজস্ৰ গুণমুগ্ধই ভিৰ কৰিলে ৰাজীৱ শদিয়াৰ বাসগৃহত। হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত পালন কৰা হ’ল ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ।

কিন্তু ইয়াৰ মাজতে ‘নৰ্থ ইষ্ট নাও’ৰ দৃষ্টিগোচৰ হৈছে আন এক বিষয়। ২০২৪ চনৰ ১ আগষ্ট তাৰিখে ৫৩ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এটা ভিডিঅ’ ফেচবুকত শ্বেয়াৰ কৰিছিল জনপ্ৰিয় গায়ক তথা বিজেপি নেতা সীমান্ত শেখৰে। গোৱা আন্তঃৰাষ্ট্ৰীয় মহৎসৱত সীমান্ত শেখৰে কন্ঠদান কৰা ‘জিলেলে জিলেলে অ’ জিলেলে জিলেলে’ শীৰ্ষক গীতটোত নৃত্য কৰিছিল এচাম নৃত্য শিল্পীয়ে। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি সীমান্ত শেখৰে ফেচবুকত লিখিছিল এইদৰে – “আগন্তুক ৫৩ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI Goa) ত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহু কেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীয়ে। তাৰে প্ৰস্তুতিত আমাৰ গান “জিলেলে জিলেলে”ত এক নৃত্য দেখি খুবেই আপ্লুত হৈছোঁ।”

Apply Now

সীমান্ত শ্বেখৰৰ উক্ত পোষ্টটো কমেন্ট কৰিছিল ৰাজীৱ শদিয়াই। ‘ৰাজীৱ শদিয়া নতুন’ নামৰ একাউণ্টটোৰ পৰা তাত এটা কমেন্ট কৰা হৈছিল। কমেন্টত শদিয়াই লিখিছিল – “এইটো মোৰহে গান আছিলে । পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব । আপুনি জনা বুজা মানুহ বিশেষ নকওঁ ।”

সেই সময়ত ৰাজীৱ শদিয়াই দিয়া এই কমেন্টটোৱে চৰ্চা লাভ কৰা নাছিল যদিও এই কমেন্টটো এতিয়া নৰ্থ-ইষ্ট নাওৰ দৃষ্টি গোচৰ হৈছে।

সীমান্ত শেখৰৰ পোষ্টটোৰ লিংক : https://www.facebook.com/simantashekharmusic/videos/505698382016621

উল্লেখ্য যে পূৰ্বে এই গীতটো দেৱজিৎ বৰাই ৰচনা কৰা বুলি দাবী উত্থাপন হৈছিল। কিন্তু ৰাজীৱ শদিয়ায়ো এই গীতটো নিজৰ বুলি দাবী কৰাত এতিয়া এক ৰহস্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে সীমান্ত শেখৰৰ উক্ত পোষ্টটো Xuman Dutta Raz নামৰ একাউণ্টোৰ পৰা কমেন্ট কৰিছিল – “এইটো দেৱজিৎ ৰ পৰা চুৰ কৰা নহৈ জানো।।” Xuman Dutta Raz ৰ কমেন্টটোৰো উত্তৰ দিছিল ৰাজীৱ শদিয়াই। শদিয়া উত্তৰ দিছিল – “নহয় । মোৰ পৰা।”

এতিয়া প্ৰশ্ন হয়- গীতটো আচলতে কাৰ? গীতটো কোনে ৰচনা কৰিছিল বা কোনে সুৰ কৰিছিল? সঁচাকৈয়ে গীতটো ৰাজীৱ শদিয়াৰ আছিল নেকি? অৱশ্যে এই কথাৰ উত্তৰ এতিয়া ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লোক বা তেওঁৰ ঘনিষ্ঠলোকে হে দিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd