• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংগী নাথাকিলেও চিন্তা নাই : প্ৰেম দিৱসত নিজেই হওক নিজৰ ভেলেন্টাইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 7:15 am
সংগী নাথাকিলেও চিন্তা নাই : প্ৰেম দিৱসত নিজেই হওক নিজৰ ভেলেন্টাইন
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো মানুহেই স্বাভাৱিকতে নিজকে ভাল পায়। নিজকে ভাল পালে যিকোনো অসম্ভৱ কাম সম্পন্ন কৰিব পাৰি। সদায় এনেকুৱা নহয় যে ভাল পাবলৈ বিশেষ কোনোবা এজনৰ প্ৰয়োজন।

হয়তো আপোনাৰ কোনো সংগী নাই। সেই বুলিয়েই হৃদয়ত দুখ লৈ ঘূৰি ফুৰিবনে? বৰঞ্চ প্ৰথমে নিজকে ভাল পাবলৈ শিকক।

নিজক সময় দিয়ক। নিজকে উপহাৰ দিয়ক। ভাল পাবলৈ শিকক নিজকে। আপুনি সময় উলিয়াই নিজৰ বাবে কিবা এটা কিনিব পাৰে, আনকি এদিন নিজৰ বাবে কিবা বিশেষ খাদ্য ৰান্ধিব পাৰে।

নিজকে নিজৰ প্ৰাপ্য মৰম দিয়ক আৰু নিজৰ যত্ন লওক। একঘেয়ামী ৰুটিনৰ পৰা কিছু আঁতৰি কৰি কিছু দূৰৈৰ ঠাইলৈ গৈ সময় কটাওক। ‘একক ভ্ৰমণ‘ত নিজৰ ধৰণেৰে জীৱনৰ আনন্দ বিচাৰি উলিয়াওক। বিশেষজ্ঞসকলেও আজিকালি ‘আত্মপ্ৰেম’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

নিজৰ সপোনবোৰ পূৰণ কৰক। সপোনেই মানুহক জীয়াই ৰাখে। যেতিয়া এটা সপোন বাস্তৱায়িত হয়, তেতিয়া আন এটা সপোন দেখক। আপুনি দেখিব যে জীৱনৰ পৰা বিৰক্তি আঁতৰি যাব।

একে সময়তে নিজৰ চখবোৰো পূৰণ কৰক। হয়তো আপোনাৰ ছবি অঁকা, গান গোৱা, গীটাৰ বজোৱা বা ৰন্ধা-বঢ়াৰ প্ৰতি আকৰ্ষণ আছে। সময় উলিয়াই সেই চখবোৰ পূৰণ কৰক। তেতিয়া নিশ্চয় আপোনাৰ মনটো ভাল লাগিব। এনে অৱস্থাত আপুনি এজন সংগীৰ অভাৱ অনুভৱ নকৰিব।

চাৰি বেৰৰ ভিতৰত নিজকে আৱদ্ধ কৰি নাথাকিব, ওলাই গৈ প্ৰেম দিন উদযাপন কৰক। ভাল লগা যিকোনো চিনেমা চাওক বা আপোনাৰ প্ৰিয় ৰেষ্টুৰেণ্টলৈ যাওক। ভাললগা গীত শুনক। মনত ৰাখিব, এটা ভাল ঘৰ আৰু ভাল গাড়ী থকা মানেই সদায় ভাল জীৱন নহয়। জীৱনত ‘নিখুঁত ছবি’ বুলি কোনো কথা নাই। বৰঞ্চ জীৱনটো নিজৰ ধৰণেৰে উপভোগ কৰিবলৈ শিকক।

নিজকে ভালপোৱাৰ অভ্যাস গঢ়ি তোলক। নিজকে ভাল পালেহে নিজৰ বাবে সময় পাব। মনত ৰাখিব কোনো বস্তুৰে মানুহক সুখী কৰিব নোৱাৰি। সেয়ে অতিৰিক্ত একোৰে হৃদয় জয় কৰিবলৈ চেষ্টা নকৰাই ভাল।

জীৱনত নিসংগতাও গুৰুত্বপূৰ্ণ। অকলে থকাটোৱে আত্মবিশ্বাস গঢ়ি তোলে। বজাৰ কৰা, বিদ্যুতৰ বিল পৰিশোধ, কাপোৰ ধোৱা, ঘৰৰ অন্যান্য কাম-কাজৰ দায়িত্ব লৈ আপুনি বহু কথা শিকিব পাৰে। শিক্ষণৰ জৰিয়তে আত্মবিশ্বাস বাঢ়ে।

সকলোৰে লগত সুস্থ সম্পৰ্ক বজাইন ৰাখক। কিন্তু য‘ত সন্মান নাই, সেই সম্পৰ্ক ত্যাগ কৰক। নিজকে ভাল পাবলৈ শিকক তেতিয়া আপুনি দেখিব যে বাকী সকলোৰে লগত আপোনাৰ সম্পৰ্ক ভাল হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd