• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱসৰ ল’ব ৰাজীৱৰ কুমাৰে! ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে দায়িত্ব ল’ব নতুন নিৰ্বাচনী আয়ুক্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 6:02 pm
994
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন আয়োগে নতুন মুখ্য আয়ুক্ত লাভ কৰিবলৈ সাজু হৈছে। সূত্ৰ অনুসৰি, চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰত আৰু সম্ভৱতঃ অহা বছৰ বংগ আৰু তামিলনাডুৰ লগতে অসম আৰু কেৰালাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নতুন মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্বাচন চলি আছে। অহা সোমবাৰে নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব।

এই কমিটীত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু লোকসভাৰ বিৰোধী দলপতি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী।

২৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে তিনিজনীয়া এখন কমিটী গঠন কৰি পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্তৰ নাম নিৰ্বাচন কৰে। অহা ১৮ ফেব্ৰুৱাৰীত অৱসৰ ল’ব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। অনুসন্ধান সমিতিখনে তেওঁৰ উত্তৰাধিকাৰী হিচাপে পাঁচজন শীৰ্ষ পৰ্যায়ৰ আমোলাক বাছনি কৰিব। নিৰ্বাচন নিয়ন্ত্ৰণ কৰা নতুন আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰাৰ এদিন পূৰ্বে এই প্ৰক্ৰিয়া আৰম্ভ হ’ব।

অহা ১৮ ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা অৱসৰ ল’ব ৰাজীৱ কুমাৰে। অনুসন্ধান সমিতিখনে তেওঁৰ উত্তৰাধিকাৰী হিচাপে পাঁচজন শীৰ্ষ পৰ্যায়ৰ আমোলাক বাছনি কৰিব। ইয়াৰ পাছত সেই পৰামৰ্শ নিযুক্তি সমিতিলৈ যাব।

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ পুৰণি নিয়ম অনুসৰি বাকী দুজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত জ্যেষ্ঠ আয়ুক্তক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা আছিল। সেই অনুসৰি জ্ঞানেশ কুমাৰে সেই পদ লাভ কৰাৰ কথা।

যোৱা সপ্তাহৰ দিল্লী নির্বাচনৰ লগে লগে নির্বাচন আয়োগৰ মুৰব্বী হিচাপে ৰাজীৱৰ কার্যকাল সমাপ্ত হয়৷

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd