• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশ আৰু ভাৰতকে ধৰি কেইবাখনো দেশৰ অৰ্থ সাহায্য বাতিল আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 1:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ আৰু ভাৰতকে ধৰি বিশ্বৰ বহু দেশলৈ আগবঢ়োৱা বৃহৎ সাহায্যৰ পুঁজি বাতিল কৰিছে আমেৰিকাই। ইফালে ৰাজনৈতিক স্থিতিশীলতা বৃদ্ধিৰ বাবে বাংলাদেশৰ বাবে ২৯ মিলিয়ন ডলাৰৰ কাৰ্যসূচীও বাতিল কৰা হৈছে।

একে সময়তে আমেৰিকাই ভাৰতৰ বাবে পৰিকল্পিত ২ কোটি ১০ লাখ ডলাৰৰ কাৰ্যসূচীও বাতিল কৰিছে। বিশ্বৰ অন্যতম শীৰ্ষ কোটিপতি আৰু ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ চিইঅ’ ইলন মাস্কৰ নেতৃত্বত আমেৰিকাৰ নতুন চৰকাৰী দক্ষতা বিভাগে এই ঘোষণা কৰে।

Apply Now

এই তথ্য ভাৰতীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেই দেওবাৰে (১৬ ফেব্ৰুৱাৰী) এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকান নতুন প্ৰশাসনে বাজেট হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, আৰু ইয়াৰ অংশ হিচাপে আমেৰিকাই ভাৰত আৰু বাংলাদেশকে ধৰি কেইবাখনো দেশৰ বাবে লাখ লাখ ডলাৰৰ পুঁজি বাতিল কৰিছে।

ইলন মাস্কৰ চৰকাৰী দক্ষতা বিভাগে দেওবাৰে কয় যে ভাৰতত ভোটাৰৰ ভোটৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে ২ কোটি ১০ লাখ ডলাৰৰ কাৰ্যসূচী আৰু বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশ শক্তিশালী কৰাৰ লক্ষ্যৰে ২ কোটি ৯০ লাখ ডলাৰৰ কাৰ্যসূচী কৰ্তন কৰাৰ সিদ্ধান্ত আমেৰিকাই গ্ৰহণ কৰিছে।

আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ কৰ্তনৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমেৰিকাৰ এই সিদ্ধান্তই বাংলাদেশৰ ৰাজনৈতিক স্থিতিশীলতা আৰু ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লক্ষ্যৰে মূল পদক্ষেপসমূহক প্ৰভাৱিত কৰিব।

ইলন মাস্কে অৱশ্যে বাৰে বাৰে জোৰ দি কৈছে যে বাজেট কৰ্তন নকৰাকৈ চলি থাকিলে “আমেৰিকা দেউলীয়া হ’ব”।

ইণ্ডিয়া টুডেৰ মতে, ভাৰতৰ বাবে আবণ্টিত ২ কোটি ১০ লাখ ডলাৰৰ পুঁজিৰ বিশেষ লক্ষ্য আছিল দেশৰ নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি। অৱশ্যে চৰকাৰী দক্ষতা বিভাগে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ঘোষণা কৰে যে ভাৰতে আৰু এই পুঁজি লাভ নকৰে।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ড’নাল্ড ট্ৰাম্পে সাক্ষাৎ কৰাৰ মাত্ৰ কেইদিনমান পাছতে ভাৰতলৈ সাহায্য কৰ্তন ঘোষণা কৰা হৈছে। অৱশ্যে বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই আমেৰিকা-ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। অৱশ্যে যৌথ বিবৃতি বা সংবাদমেলত এই কথা উল্লেখ কৰা হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd