• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজনিশা নিজ বাসগৃহৰ পৰা ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক আটক গুৱাহাটী আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 9:53 am
4.7k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীৰ এটা দলে আটক কৰে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, চমুকৈ ইউ এছ টি এমৰ আচাৰ্য মেহবুবুল হকক।

খবৰ অনুসৰি, পানবজাৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে তেওঁক নিজা বাসগৃহৰ পৰা আটক কৰে।

জানিব পৰা মতে, ২০২৪ চনত কৰিমগঞ্জ থানাত ৰুজু হোৱা গোচৰত তেওঁক আটক কৰা হৈছে।

বৰ্তমানৰ পণাবজাৰ আৰক্ষী থানাত ৰখা হৈছে আচাৰ্যগৰাকীক। পাণবজাৰ আৰক্ষী থানাই কৰিমগঞ্জ আৰক্ষীক গতাই দিব বুলি জানিব পৰা গৈছে।

এই ঘটনাক এতিয়া গৰিহণা দিছে বিৰোধী নেতাসকলৰ লগত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই।

I strongly condemned the arrest of USTM Chancellor Mahbubul Haque at midnight by Assam Police.

From past few months, Assam CM @himantabiswa has been attacking Mr. Haque, a renowned educationist from the North East, for his vested interests. @USTMeghalaya comes under the…

— Ripun Bora (@ripunbora) February 22, 2025



ইয়াৰ পূৰ্বে ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে এক্সত পোষ্ট কৰি কয় যে, “শিক্ষাৰ ক্ষেত্ৰত ইউএছটিএমৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। পথাৰকাণ্ডিৰ চেণ্ট্ৰেল পাব্লিক স্কুল (ইউ এছ টি এম গ্ৰুপৰ মালিকানাধীন)ত তেওঁলোকৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৩০ নম্বৰৰ এম চি কিউ শাখাত ছাত্ৰ-ছাত্ৰীসকলক সহায়ৰ আশ্বাস দিয়া বুলি জানিব পৰা গৈছে। শৈক্ষিক সততাৰ এই গুৰুতৰ উলংঘাৰ বাবে জৰুৰী আৰু পুংখানুপুংখ তদন্তৰ প্ৰয়োজন।”

Recent News

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd