• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদেশী বিনিয়োগৰ জালিয়াতি! বিবিচি ইণ্ডিয়াক কেইবা কোটি টকাৰ জৰিমনা বিহিলে ইডিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 2:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী বিনিয়োগৰ সৈতে জড়িত জালিয়াতিৰ গোচৰত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে।

শুকুৰবাৰে বিবিচি ইণ্ডিয়াক প্ৰায় ৩.৫ কোটি টকা জৰিমনা বিহিছে ইডিয়ে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় সংস্থাটোৱে এই কোম্পানীটোৰ তিনিজন সঞ্চালককো ১.১৪ কোটি টকাৰ জৰিমনা বিহিছে।

Apply Now

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা বিবিচিৰ বিৰুদ্ধে তদন্ত কৰি আহিছে। কোম্পানীটোৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা বিনিয়োগৰ নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

২০১৯ চনত জাৰি কৰা নিয়ম অনুসৰি এটা ডিজিটেল মিডিয়া কোম্পানীয়ে সৰ্বাধিক ২৬ শতাংশ বিদেশী বিনিয়োগ কৰিব পাৰে। কিন্তু সেই নিয়ম উলংঘা কৰি বিবিচি ইণ্ডিয়াই নিজৰ সংস্থাত ১০০ শতাংশ বিদেশী বিনিয়োগ বজাই ৰাখিছিল। যিটো সম্পূৰ্ণ অবৈধ। ইয়াৰ পৰিপ্ৰেক্ষিতত ইডিয়ে এতিয়া এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শুকুৰবাৰে ইডিয়ে কয় যে বিদেশী বিনিয়োগ নীতি উলংঘা কৰাৰ বাবে বিবিচি ইণ্ডিয়াক ৩,৪৪,৪৮,৮৫০ টকা জৰিমনা বিহা হৈছে। একে সময়তে ২০২১ চনৰ ১৫ অক্টোবৰৰ পৰা কেন্দ্ৰৰ নিৰ্দেশনা মানি নচলাৰ বাবে প্ৰতিটো দিনৰ বাবে ৫,০০০ টকা অতিৰিক্ত জৰিমনা বিহা হৈছে।

কেৱল সেয়াই নহয়, এই কোম্পানীটোৰ তিনিজন পৰিচালক গিলছ এণ্টনি হাণ্ট, ইন্দু শেখৰ সিনহা আৰু পল মাইকেল গিবনছক ব্যক্তিগতভাৱে ১,১৪,৮২,৯৫০ টকা জৰিমনা বিহা হৈছে।

অৱশ্যে ভাৰতৰ মাটিত বিবিচিৰ বিতৰ্ক নতুন কথা নহয়। ২০২৩ চনত বিবিচিৰ তথ্যচিত্ৰ‘India: The Modi Question’ -এ দেশজুৰি এক জোঁকাৰণিৰ সৃষ্টি কৰিছিল। য’ত গোধৰা ট্ৰেজেডীত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

ইয়াৰ পিছত আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত থকা বিবিচি ইণ্ডিয়াৰ কাৰ্যালয়ত অভিযান চলাইছিল। প্ৰায় ৬০ ঘণ্টা ধৰি সংগঠনটোৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছিল। প্ৰায় ৪০ কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল কোম্পানীটোৰ বিৰুদ্ধে।

ইপিনে আয়কৰ বিভাগে দাবী কৰিছে যে লাভ কৰা নথি–পত্ৰত এনেধৰণৰ বিভিন্ন অসামঞ্জস্যতা আছে। আনকি বিবিচিৰ কৰ্মচাৰীয়ে তদন্তত সঠিকভাৱে সহযোগ নকৰাৰ লগতে তদন্তৰ গতি লেহেমীয়া কৰিবলৈ চেষ্টা কৰা বুলিও দাবী কৰা হৈছে।

অৱশ্যে বিবিচিয়ে কয় যে, “আমি আয়কৰ বিভাগৰ সৈতে সহযোগিতা কৰিম। আমি আশা কৰিছো বিষয়টো সোনকালে সমাধান হ‘ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd