• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লণ্ডনৰ প্ৰদৰ্শনীলৈ নিৰ্বাচিত নগাঁৱৰ ২৬ গৰাকী চিত্ৰ শিল্পী

মিণ্টু দাস by মিণ্টু দাস
May 29, 2018 7:52 am
852
VIEWS
Share on FacebookShare on Twitter

চিত্ৰকলাৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা শিশুৰ বিকাশৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা মুম্বাইৰ ‘সংস্কৃতি আৰ্ট গেলাৰী’ নামৰ এটি অনুষ্ঠানে অহা ২০ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে লণ্ডনত আয়োজন কৰা এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰকলা প্ৰদৰ্শনী।

আৰু এই চিত্ৰকলা প্ৰদৰ্শনীলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা বাচি উলিওৱা ৬০ খন পেইণ্টিঙৰ মাজত স্থান পাইছে নগাঁৱৰ ”প্ৰদীপচ আৰ্ট এন ক্ৰাফ্ট”ৰ ২৬ জন প্ৰশিক্ষাৰ্থী তথা শিল্পীৰ চিত্ৰকৰ্মই।

অসমৰ আগশাৰীৰ চিত্ৰকলা প্ৰশিক্ষন প্ৰতিষ্ঠান ”প্ৰদীপচ আৰ্ট এন ক্ৰাফ্ট”ৰ উক্ত প্ৰশিক্ষাৰ্থী তথা চিত্ৰশিল্পীসকল হৈছে চৰ্চিতা শাণ্ডিল্য, কৃষাণু কাশ্যপ, কংকনা সোণোৱাল, দেবাংকুৰ শৰ্মা, তপস্যা গোহাঞি বৰুৱা, দিপান্বিতা মজুমদাৰ, ঋতিকা বনিক, ডৰথী শইকীয়া, প্ৰিয়ম পাল, দিক্ষিতা শাণ্ডিল্য, উদ্দিপ্তা বৰা, আৰ্কাশীষ শৰ্মা বৰদলৈ, নিবিড় শৰ্মা, অৰ্ণৱ পৰাশৰ, ৰংগন প্ৰতীক বৰা, ঋষিকান্ত নাহা, বৰ্ণালী মজুমদাৰ, পৰেশ তামুলী, ৰণাভ ৰৌশন বৰা, বিনিতা বৰা, মৃগাংক বেজবৰুৱা, অনুষ্কা দাস,  জুৰিখ মহন্ত, নেইল চিথৰ শইকীয়া, বিপাশা বৰদলৈ আৰু প্ৰদীপ মজুমদাৰ ৷

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd