• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব পৰৱৰ্তী কুম্ভ মেলা ? জানি লওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিল প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা। প্ৰয়াগৰাজত ৪৫ দিন ধৰি চলা এই মহাকুম্ভ মেলাত প্ৰায় ৬৬ কোটি লোকে অংশগ্ৰহণ কৰে।

২০২৭ চনত পুনৰ অনুষ্ঠিত হ’ব কুম্ভ মেলা। এইবাৰ আয়োজক চহৰ হ’ব মহাৰাষ্ট্ৰৰ নাছিক। পৰৱৰ্তী কুম্ভ মেলা অনুষ্ঠিত হ’ব গোদাৱৰী নদীৰ পাৰত।

Apply Now

মুম্বাইত অনুষ্ঠিত হোৱা নাছকম টেকন’লজি এণ্ড লিডাৰশ্বিপ ফ’ৰামে কয় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ২০২৭ চনত নাছিকত কুম্ভ মেলাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে যিসকলে শাৰীৰিকভাৱে কুম্ভলৈ আহি গা ধুব নোৱাৰে তেওঁলোকে অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে ভাৰ্চুৱেলি অভিজ্ঞতা লাভ কৰিব পাৰিব।

জানিব পৰা মতে, ২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্টলৈ কুম্ভ মেলা অনুষ্ঠিত হ’ব।

নাচিক আৰু উজ্জয়িনত প্ৰতি ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰা হয়। এই মেলাক সম্পূৰ্ণ কুম্ভ মেলা বুলি কোৱা হয়। ২০১৫ চনত গোদাৱৰীৰ পাৰত শেষৰখন কুম্ভ মেলা অনুষ্ঠিত হৈছিল। সেই অনুসৰি ২০২৭ চনত কুম্ভ মেলাৰ আয়োজন কৰিবলৈ লোৱা হৈছে।

২০১৬ চনত শিপৰা নদীৰ পাৰত উজ্জয়িনত অনুষ্ঠিত হৈছিল শেষৰখন কুম্ভ মেলা। ১২ বছৰৰ হিচাপ অনুসৰি ২০২৮ চনত পুনৰ তাত অনুষ্ঠিত হ’ব পূৰ্ণিমা কুম্ভ। অৰ্থাৎ একেৰাহে দুবছৰত মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত দুখন কুম্ভমেলা অনুষ্ঠিত হ’ব।

প্ৰয়াগৰাজ আৰু হৰিদ্বাৰত সম্পূৰ্ণ কুম্ভ মেলাৰ লগতে ছবছৰৰ মূৰে মূৰে অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হয়। সেই হিচাপ অনুসৰি ২০৩১ চনত আন এখন কুম্ভ মেলা অনুষ্ঠিত হ’ব। ২০২১ চনত হৰিদ্বাৰত অনুষ্ঠিত হৈছিল শেষৰটো সম্পূৰ্ণ কুম্ভ মেলা। সেই হিচাপ অনুসৰি ২০২৭ চনত আন এক অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও প্ৰতি ১৪৪ বছৰৰ মূৰে মূৰে মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। ১২টা সম্পূৰ্ণ কুম্ভ মেলাৰ পিছত ত্ৰয়োদশ কুম্ভ মেলাত মহাকুম্ভ অনুষ্ঠিত হয়। শেহতীয়াকৈ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলা আছিল ত্ৰয়োদশ পূৰ্ণ কুম্ভ মেলা বা মহাকুম্ভ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd