• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৰীৰ-পোছাকত লুকুৱাই সৰবৰাহ ১৪.৮ কেজি সোণ; গ্ৰেপ্তাৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 8:58 am
345
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সোমবাৰে নিশা ১৪.৮ কেজি সোণসহ গ্ৰেপ্তাৰ কৰা হয় কানাড়া অভিনেত্ৰী ৰানিয়া ৰাওক। বাতৰি অনুসৰি ডিৰেক্টৰ অফ ৰেভিনিউ ইন্টেলিজেঞ্চে (DRI) তেওঁক গ্ৰেপ্তাৰ কৰে। ইফালে অৰ্থনৈতিক অপৰাধ আদালতত হাজিৰ কৰোৱা হয় ৰানিয়া ৰাওক। তাতে ন্যায়াধীশে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, ডুবাইৰ পৰা এই বিপুল পৰিমাণৰ সোণ ভাৰতলৈ লৈ আনিছিল ৰানিয়াই।

‘মণিক্যা’ (২০১৪) চিনেমাত কানাড়া ছুপাৰষ্টাৰ সুদীপৰ বিপৰীতে অভিনয়ৰ বাবে পৰিচিত ৰানিয়া ৰাও। আন কেইবাখনো দক্ষিণ ভাৰতীয় ছবিতো তেওঁ অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ১৯১৬ চনৰ তামিল ছবি ‘ৱাঘা’ আৰু ২০১৭ চনৰ কানাড়া ছবি ‘পাটাকি’।

ইফালে ৰানিয়া ৰাও আই পি এছ বিষয়া কে ৰামাচন্দ্ৰ ৰাওৰ সতিয়া কন্যা। বৰ্তমান ৰামচন্দ্ৰ কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ সঞ্চালক প্ৰধান।

বাতৰি অনুসৰি, ডুবাইৰ পৰা উভতি অহাৰ পথত ৰানিয়া ৰাওৱে চেক ইন নকৰাকৈ বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল। সেই সময়ত তেওঁৰ লগত আছিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থানাৰ এজন কনিষ্টবল। অৱশ্যে ইতিমধ্যে ডি আৰ আইৰ চোৰাংচোৱাসকলৰ হাতত ৰানিয়াৰ বিষয়ে তথ্য আছিল। এই পৰিস্থিতিত তেওঁক চোৰাংচোৱা বিষয়াসকলে ধৰি পেলায়।

অভিযোগ অনুসৰি এই সোণখিনি ৰানিয়াই কেৱল পোছাকতে নহয়, শৰীৰতো লুকুৱাই ৰাখিছিল। পিছত ডি আৰ আইৰ তদন্তকাৰীয়ে বেংগালুৰুৰ ৰানিয়াৰ ঘৰতো তালাচী অভিযান চলায়।

উল্লেখ্য যে ৰাণিয়া ৰাও প্ৰায়ে স্বামীৰ সৈতে ডুবাইলৈ গৈছিল। অৱশ্যে ডুবাইত  ৰানিয়াৰ কোনো পৰিয়ালৰ সদস্য বসবাস নকৰে। তাত ৰানিয়াৰ কোনো ব্যৱসায়ো নাই। এই পৰিস্থিতিত চোৰাংচোৱাসকলৰ সন্দেহ হৈছিল। ইয়াৰ পূৰ্বে ৰানিয়াই ডুবাইৰ পৰা উভতি আহি আৰক্ষীৰ এস্কৰ্ট লৈ কোনো বাধা নোহোৱাকৈ বিমানবন্দৰৰ পৰা ওলাই যোৱা বুলি জানিব পৰা গৈছে।

এই পৰিপ্ৰেক্ষিতত চোৰাংচোৱা বিষয়াসকলে এই সোণৰ সৰবৰাহত ৰানিয়া অকলে জড়িত আছে নে ইয়াৰ আঁৰত আন কোনোবা আছে তাৰ তদন্ত চলাইছে। অৱশ্যে  বিষয়াসকলে ৰানিয়াক আদালতত হাজিৰ কৰাই জিম্মাত ল’ব বিচৰা নাছিল।

ইপিনে, গ্ৰেপ্তাৰৰ পিছত ৰানিয়াই তেওঁক ব্লেকমেইল কৰি সোণৰ সৰবৰাহ কৰিবলৈ বাধ্য কৰা বুলি দাবী কৰে। বিষয়াসকলে ইয়াৰ তদন্ত কৰিব। তদুপৰি, এই সোণ ক্ৰয়ৰ বাবে ধনৰ উৎসৰ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হ’ব। এই পৰিস্থিতিত ইডিয়ে তদন্ত আৰম্ভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd