• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বুটিং ফ্ল’ৰতে প্ৰেম, হিয়া-দিয়া-নিয়া; বিয়াৰ কথাও চলিছিল! কিন্তু কিয় বিচ্ছেদৰ পথত বিজয়-তামান্না?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 12:06 pm
453
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ অন্যমত চৰ্চিত যুটী অভিনেত্ৰী তামান্না ভাটিয়া আৰু অভিনেতা বিজয় বাৰ্মা। ‘লাষ্ট ষ্ট’ৰীজ ২’ত প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰা দেখা যায় বিজয় আৰু তামান্নাক। সেই সময়ত তেওঁলোকৰ ৰসায়নে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই ছিৰিজৰ শ্বুটিং চেটতে দুয়োৰ প্ৰেমত পৰিছিল। যদিও দুয়োৰে কোনোৱেই কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা নাই।

মাজে মাজে মুম্বাইৰ ৰাজপথত, শ্বপিং মলৰ বাহিৰত, বা চিনেমা হলত এই যুটীক একেলগে দেখা যায়। আনকি বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰতো দুয়ো পাপাৰাজীৰ সন্মুখীন হয়।

এই পৰ্যন্ত বহু অনুষ্ঠানত তেওঁলোকে হাঁহিমুখে একেলগে ধৰা দিছে। এতিয়া খবৰ পোৱা গৈছে যে তেওঁলোকে বিচ্ছেদৰ দিশে আগবাঢ়িছে।

এই জল্পনা-কল্পনা এতিয়া শিখৰত উপনীত হৈছে। বলীউদৰ ভিতৰৰ খবৰ অনুসৰি কিছু সপ্তাহ পূৰ্বে বিজয় আৰু তামান্নাৰ মাজত বিচ্ছেদ ঘটিছে।

মুম্বাইৰ সংবাদ মাধ্যমক এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, “তামান্না আৰু বিজয়ে কেইসপ্তাহমানৰ আগতে এই সিদ্ধান্ত লৈছিল। অৱশ্যে তেওঁলোক ভাল বন্ধু হৈয়ে থাকিব। দুয়োজনে নিজৰ কামত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছে আৰু কঠোৰ পৰিশ্ৰম কৰি আছে।”

অৱশ্যে বলীউদত চলি থকা আলোচনা সত্ত্বেও বিজয় আৰু তামন্নাই তেওঁলোকৰ সম্পৰ্কক লৈ এতিয়াও মুখ বন্ধ ৰাখিছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd