• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই চি ইউত আৱদ্ধ কৰি ৰাখি ধন লুটাৰ অভিযোগ! চিকিৎসালয়ৰ পৰা পলাল ‘ক’মাত’ থকা ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 8:00 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া যেন অক্ষয় কুমাৰ অভিনীত ‘গব্বৰ’ চিনেমাখনৰ প্ৰতিচ্ছবি! তাত দেখুওৱা হৈছিল যে কেনেকৈ চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীয়ে এজন মৃত ৰোগীৰ চিকিৎসাৰ নামত তেওঁৰ পৰিয়ালৰ পৰা ধন লৈছিল। বাস্তৱত মধ্যপ্ৰদেশতো একেই ঘটনা ঘটিল! নাই, ইয়াত ৰোগীৰ মৃত্যু হোৱা নাই। বৰঞ্চ তেওঁক আই চি ইউত আৱদ্ধ কৰ ৰাখি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে।

মধ্যপ্ৰদেশৰ ৰাতলামৰ এখন চিকিৎসালয়ৰ বিৰুদ্ধে এজন যুৱকে আনিছে এই বৃহৎ অভিযোগ। তেওঁ দাবী কৰে যে তেওঁক কেইবাদিনো আই চি ইউত ঔষধ খুৱাই ৰখা হৈছিল। বাহিৰলৈ ওলাই যাবলৈ বা কাকো লগ কৰিবলৈ দিয়া হোৱা নাছিল। পৰিয়ালটোক কোৱা হয় যে তেওঁ ‘ক’মা’ত আছে! কিন্তু অৱশেষত কেনেবাকৈ তেওঁ চিকিৎসালয়ৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যুৱকজনৰ ভিডিঅ’।

Apply Now

কাজিয়াৰ সময়ত বান্টী নামৰ যুৱকজন আহত হৈছিল। তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু অভিযোগটো হ’ল তেওঁক প্ৰায়ে ঔষধ খুৱাই শুৱাই ৰখা হৈছিল। ইফালে চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালটোৰ পৰা লৈছিল হাজাৰ হাজাৰ টকা। বাণ্টীৰ পৰিয়ালে জনোৱা মতে, ইতিমধ্যে তেওঁলোকৰ পৰা ১ লাখ টকা লোৱা হৈছে। কোৱা হৈছিল যে বাণ্টীয়ে মেৰুদণ্ডৰ গুৰুতৰ আঘাত পাইছে আৰু ক’মাত গুচি গৈছে!

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বাণ্টীৰ এটা ভিডিঅ’, য’ত দেখা গৈছে যে তেওঁৰ হাতত একাধিক টিউব সংলগ্ন হৈ আছে আৰু ৰাস্তাত তেওঁ চিঞৰিছে। বাণ্টী একেবাৰেই গুৰুতৰভাৱে অসুস্থ যেন নালাগে। বাণ্টীয়ে দাবী কৰে যে তেওঁক দিনৰ পিছত দিন ‘বন্দী’ কৰি ৰখা হৈছিল আৰু পৰিয়ালৰ পৰা দাবী কৰি ধন লোৱা হৈছিল। তেওঁৰ অভিযোগ মূলতঃ ৫জন চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে।

Coma Patient Escapes From ICU In Ratlam; Family Claims Hospital Made Them Pay Rs 1 Lakh In Medical Expenses 😲#zelena #Trump #ChampionsLeague #ChampionsLeague #ViratKohli𓃵 #India #FreeMedicalAid #ChampionsTrophy2025 #JENNIE pic.twitter.com/z3vU7avRsR

— Satish💜🇮🇳 (@Satish26India) March 6, 2025

বাণ্টীৰ পত্নীয়ে কয় যে তেওঁলোকে খৰচ বহন কৰোতে সঞ্চিত ধন শেষ হৈছে। স্বামীৰ চিকিৎসাৰ বাবে আত্মীয়ৰ পৰা ধাৰ ল’বলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়া  গম পাইছে যে এই সকলোবোৰ মিছা। কিন্তু বাণ্টী কেনেকৈ পলাই গ’ল? ভিডিঅ’টোত তেওঁ চিকিৎসালয়ৰ কৰ্মী এজনক কেঁচিৰে ভাবুকি দিয়া দেখা গৈছে। তাৰ পিছতে তেওঁক এৰি দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd