• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট অনাৰ বাবে Airtelৰ পিছত এইবাৰ স্পেচএক্সৰ সৈতে চুক্তিবদ্ধ Jio

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 12, 2025 2:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ মাৰ্চত এয়াৰটেলে ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছিল। সেই ঘটনাৰ এদিন পিছতে মুকেশ আম্বানীৰ জিঅ’ই ইলন মাস্কৰ কোম্পানীৰ সৈতে একেধৰণৰ চুক্তিৰ কথা ঘোষণা কৰিলে।

বাতৰি অনুসৰি জিঅ’ই নিজৰ খুচুৰা বিপণীৰ লগতে অনলাইন ষ্ট’ৰফ্ৰন্টসমূহৰ জৰিয়তেও ষ্টাৰলিংকৰ ডিভাইচসমূহ বিক্ৰী কৰিব। স্পেচএক্সে ভাৰতত ষ্টাৰলিংক বিক্ৰীৰ বাবে নিজা অনুমোদন লাভ কৰাৰ পিছত এই চুক্তি কাৰ্যকৰী হ’ব।

Apply Now

ষ্টাৰলিংকৰ সৈতে হোৱা চুক্তিৰ পিছত জিঅ’ই কয় যে, ‘’এই চুক্তিয়ে ডাটা ট্ৰেফিকত বিশ্বৰ সৰ্ববৃহৎ মোবাইল অপাৰেটৰ হিচাপে জিঅ’ৰ স্থান অক্ষুণ্ণ ৰাখিব। জিঅ’ই ভাৰতৰ অতি গ্ৰাম্য আৰু দুৰ্গম অঞ্চলকে ধৰি সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য ব্ৰডবেণ্ড সেৱা প্ৰদানৰ বাবে বিশ্বৰ আগশাৰীৰ পৃথিৱীৰ নিম্ন কক্ষপথৰ উপগ্ৰহ নক্ষত্ৰমণ্ডল অপাৰেটৰ হিচাপে ষ্টাৰলিংকৰ অৱস্থানক কামত লগাব। জিঅ’ই নিজৰ খুচুৰা বিপণীত ষ্টাৰলিংকৰ সঁজুলি যোগান ধৰিব। ইয়াৰ উপৰিও গ্ৰাহক সেৱাই ইনষ্টলেশ্যন আৰু এক্টিভেশ্যনতো সহায় কৰিব।‘’

উল্লেখ্য যে ইলন মাস্কে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে। ভাৰতেও কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে ছেটেলাইট স্পেকট্ৰাম আবণ্টনৰ বাবে কোনো নিলাম নহ’ব। বৰঞ্চ স্পেকট্ৰম প্ৰশাসনিকভাৱে বিতৰণ কৰা হ’ব। পূৰ্বতে টেৰিটৰিয়েল স্ৰেকট্ৰামৰ আবণ্টন নিলামৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। জিঅ’ আৰু এয়াৰটেলে এই পদ্ধতি পছন্দ কৰে। অৱশ্যে ইলন মাস্কে এই অকৃত্ৰিম পন্থাৰ সদায় বিৰোধিতা কৰি আহিছে। আৰু এতিয়া মাস্কৰ স্পেচএক্সে এয়াৰটেল আৰু জিঅ’ৰ সৈতে চুক্তিবদ্ধ হৈছে।

মন কৰিবলগীয়া যে ছেটেলাইট স্পেকট্ৰাম বিশ্বৰ প্ৰায় সকলো ঠাইতে প্ৰশাসনিকভাৱে বিতৰণ কৰা হয়। অৱশ্যে মুকেশ আম্বানীয়ে ভাৰতত চেটেলাইট স্পেকট্ৰমৰ নিলাম বিচাৰিছিল। এয়াৰটেলৰ ভাৰতী সুনীল মিত্তালেও এই পন্থাক সমৰ্থন কৰে। কিন্তু আমাজনৰ প্ৰজেক্ট কুইপাৰৰ পৰা ষ্টাৰলিংকে বিচাৰিছিল যে  ভাৰতত প্ৰশাসনিকভাৱে ছেটেলাইট স্পেকট্ৰাম আবণ্টন কৰক।

উল্লেখ্য যে ভাৰত আন্তঃৰাষ্ট্ৰীয় টেলিকম ইউনিয়নৰ সদস্য। ই ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। মাস্কে দাবী কৰিছিল যে এই সংস্থাৰ সদস্য হিচাপে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি ছেটেলাইট স্পেকট্ৰাম বিতৰণ কৰিব লাগে। অৱশ্যে ভাৰতত প্ৰতিযোগীৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে মাস্কৰ কোম্পানীয়ে তেওঁলোকৰ সৈতে হাত মিলাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd