• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি বছৰত বিজ্ঞাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিলে ৩৭০ কোটি টকা; মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানে পালে কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 7:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি চৰকাৰে বিগত ৪ বছৰত বিজ্ঞাপনৰ বাবে অভিলেখ পৰিমানৰ ধন খৰচ কৰিছে। ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুশ হাজৰিকাই বুধবাৰে বিধানসভাত অৱগত কৰে যে বিগত চাৰিটা বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজ্ঞাপনৰ বাবে ৩৭০ কোটিৰো অধিক টকা ব্যয় কৰিছে।

মন্ত্ৰী হাজৰিকাই কয় যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে ২০১৬-১৭ বৰ্ষৰ পৰা পাঁচটা বিত্তীয় বৰ্ষত মুঠ ১২৫.৬ কোটি টকা বিজ্ঞাপনৰ বাবে ব্যয় কৰিছিল।

Apply Now

বিজেপি চৰকাৰৰ কাৰ্যকালত বিজ্ঞাপনৰ বাবে ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২০-২১ চনত সোণোৱাল চৰকাৰে বিজ্ঞাপনৰ বাবে ৩০.২৪ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২১-২২ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত এই ব্যয় ৭২.৮৩ কোটি টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পিছত শৰ্মা চৰকাৰৰ দিনত প্ৰতিবছৰে বিজ্ঞাপনৰ ব্যয় বাঢ়ি গৈ থাকিল। ২০২২-২৩ চনত এই ব্যয় ৭৮.৮৫ কোটি আৰু ২০২৩-২৪ চনত ১৬০.৯২ কোটি টকালৈ বৃদ্ধি পায়। একেদৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰ্যন্ত বিজ্ঞাপনৰ বাবে ৫৯.৭২ কোটি টকা ব্যয় কৰা হৈছে।

তদুপৰি, মন্ত্ৰী হাজৰিকাই লগতে অৱগত কৰে যে ২০১৫-১৬ চনত যেতিয়া অসমত তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া বিজ্ঞাপনৰ বাবে ১৮.৫৮ কোটি টকা ব্যয় কৰা হৈছিল। ইয়াৰ পিছত যেতিয়া বিজেপি চৰকাৰ আহি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিলে, তেতিয়া পিছৰ বছৰতে বিজ্ঞাপনৰ ব্যয় ২৬.৮৮ কোটি টকালৈ বৃদ্ধি পালে।

ইপিনে, ২০২১-২২ বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকানাধীন সংবাদ প্ৰতিষ্ঠানে প্ৰচুৰ বিজ্ঞাপন লাভ কৰাৰ তথ্যও পোহৰলৈ আহিছে।

তথ্য অনুসৰি, বিগত চাৰি বছৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত নিয়মীয়া বাৰ্তাই ১৪ কোটি ১ লাখ ৫৬হাজাৰ ৮১৮ টকা, নিউজ লাইভে ৩ কোটি ৭১ লাখ ৯ হাজাৰ ২৩০ টকা, নৰ্থ ইষ্ট লাইভে ১ কোটি ৯৯ লাখ ৭৮ হাজাৰ, ৩৪৪ টকা, ৰামধেনুৱে ৭৯ লাখ ৬৯ হাজাৰ ১১টকা আৰু ৰং চেনেলে ১ কোটি ৩৮ লাখ ৩৩৬ টকা। মুঠতে তেওঁলোকে বিজ্ঞাপনৰ বাবদ লাভ কৰিছে ২১ কোটি ৯০ লাখ ১৩ হাজাৰ ৭৩৯ টকা।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd