• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে প্ৰণয়ণ কৰা আঁচনি সমূহৰ বিষয়ে জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 9:31 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰিদ্ৰ লোকৰ চিকিৎসা আৰু ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰেও বিভিন্ন স্বাস্থ্য আঁচনি প্ৰণয়ণ কৰিছে। এই আঁচনি সমূহৰ বিষয়ে জানো আহক –

মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱা

আপদকালীন অৱস্থাত ৰোগীক হাস্পাতাললৈ নিয়াৰ বাবে ২০০৮ চনত অসম চৰকাৰে মৃত্যুঞ্জয় ১০৮ নামৰ এক আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ দ্বাৰা জৰুৰীকালিন অৱস্থাত সকলো লোকে এম্বুলেন্স সেৱা লাভ কৰে।

Apply Now

অসম আৰোগ্য নিধি (AAN)

দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰ্থাৎ ১০০০০ টকাতকৈ কম মাহিলি আয় থকা পৰিয়ালৰ লোকে এই আঁচনিৰ অধীনত স্বাস্থ্য সেৱা লাভ কৰে।  অসম আৰোগ্য নিধি আঁচনিৰ অধীনত হিতাধিকাৰীয়ে ১.৫০ লাখ টকালৈ সাহায্য লাভ কৰে। সংকটজনক ৰোগ, প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ পৰা হোৱা আঘাত, আৰু অন্যান্য কিছুমান অৱস্থাৰ চিকিৎসাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়। কেন্সাৰ, হৃদৰোগ, বৃক্ক আৰু প্ৰস্ৰাৱৰ ৰোগ, অস্থিৰোগ, থেলাছেমিয়া, হাড়ৰ মজ্জা প্ৰতিস্থাপন, এইডছ, আৰু দীৰ্ঘদিনীয়া মানসিক ৰোগৰ চিকিৎসাৰ বাবেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰি।

অটল অমৃত অভিযান

অটল অমৃত অভিযানৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহৰ বাবে নগদবিহীন চিকিৎসা আগবঢ়োৱা হয়।

আয়ুষ্মান অসম মুখ্যমন্ত্ৰী আৰোগ্য যোজনা

এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে ৫ বছৰি লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব৷ সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা সুনিশ্চিত কৰাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য৷ এই আঁচনিখনে সমগ্ৰ দেশৰ আয়ুষ্মান ভাৰত-তালিকাভুক্ত চিকিৎসালয়ৰ লগতে ৰাজ্যখনৰ ৩০০খনতকৈও অধিক তালিকাভুক্ত চিকিৎসালয়ত ১,৫৭৮বিধ স্বাস্থ্যসেৱাৰ প্ৰক্ৰিয়া সামৰি ল’ব৷

মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা

মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ পৰা প্ৰতিমাহে প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰি জটিল ৰোগৰ চিকিৎসা সেৱাৰ সুবিধা দিব।  নিৰ্দেশনা অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলৰ পৰা গ্ৰেড অনুসৰি বৰঙনি মাহিলি দৰমহাৰ পৰা কৰ্তন কৰিব ডি ডি অ’সকলে । প্ৰকাশ পোৱা নিৰ্দেশনাৱলী অনুসৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে লোক সেৱক আৰোগ্য যোজনাৰ বাবে দিব লাগিব ১২৫ টকা, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে ২২৫ টকা আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া-কৰ্মচাৰীয়ে ৩২৫ টকা দিব লাগিব । সেইদৰে প্ৰথম শ্ৰেণীৰ বিষয়াই দিব লাগিব ৫০০ টকা ।

জননী সুৰক্ষা যোজনা (জে এছ ৱাই)

জননী সুৰক্ষা যোজনা (জে এছ ৱাই)এখন সুৰক্ষিত মাতৃ মংগল কাৰ্য্যসূচী ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এন আৰ এইচ এম)ৰ অধীনত কাৰ্য্যকৰী কৰা হৈছে। প্ৰসৱৰ সময়ত মাতৃ-মৃত্যু আৰু কেঁচুৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্য লৈ দূখীয়া গৰ্ভৱতী মহিলাসকলক প্ৰতিষ্ঠানিক প্ৰসৱৰ ব্যৱস্থা কৰোৱাই এই আঁচনিৰ উদ্দেশ্য।

জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত বয়স, জন্ম বা আয় উপাৰ্জন নিৰ্বিশেষে চৰকাৰী বা অধিস্বীকৃত ব্যক্তিগত চিকিৎসালয়ত সন্তান দিয়া গাঁও অঞ্চলৰ সকলো মহিলাই ১৪০০/- টকা  অৰ্থ সাহাৰ্য্য লাভ কৰে।  দৰিদ্ৰ সীমা ৰেখাৰ তলত মহিলাই ঘৰত সন্তান জন্ম দিলে ৫০০ টকা সাহাৰ্য্য যোগান ধৰা হয়।

ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কৰ্মক্ৰম (RBSK)

ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বিসংগতি বা ৰোগ লৈ জন্ম হোৱা শিশুসকলৰ ৰোগ সোনকালে ধৰা পেলোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।

ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্য্যক্ৰম (RKSK)

এই আঁচনিয়ে কিশোৰ-কিশোৰীৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই আচনিৰ উদ্দেশ্য সমূহ হৈছে – কিশোৰ-কিশোৰীৰ মাজত চলি থকা পুষ্টিহীনতা (ওজন বৃদ্ধি আৰু মেদ বহুলতা) দূৰ কৰা, কিশোৰ-কিশোৰীৰ মাজত চলি থকা লৌহ পদাৰ্থৰ অভাৱ, ৰক্তহীনতা (আই ডি এ)ৰ অভাৱ দূৰ কৰা, কোমল বয়সত গৰ্ভধাৰণ প্ৰৱণতা বন্ধ কৰা, কিশোৰ-কিশোৰী পিতৃ-মাতৃৰ সহায়ৰ কাৰণে পূৰ্ব প্ৰস্তুতিৰ যোগান ধৰা আৰু জটিলতাৰ বাবে সাজুহোৱা, জন্ম প্ৰস্তুতিৰ উন্নতি ঘটোৱা, কিশোৰ-কিশোৰী মাজত অপৰাধ, হিংসাত্মক কাৰ্য্য আৰু আঘাত (জি বি ভি)ৰ প্ৰতিৰোধৰ কাৰণে গঠনমূলক দৃষ্টিভংগীৰ উন্নতি ঘটোৱা, সা-সম্পদ, দ্ৰব্য-সামগ্ৰীৰ অপব্যৱহাৰৰ ফলাফল আৰু প্ৰতিকূল প্ৰভাৱৰ প্ৰতি কিশোৰ-কিশোৰীৰ মাজত সজাগতা বৃদ্ধি কৰা আদি।

লগতে পঢ়কঃ চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে জৰুৰী কিছু প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge : ক্ৰীড়া জগতৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge : অসমৰ ইতিহাস সম্পৰ্কে ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Quiz 2023 : বিশ্ব ইতিহাসৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge: অতি সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কে কেইটামান প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Quiz 2023 : ভাৰতৰ ইতিহাস সম্পৰ্কে ২০ টা বহুবিকল্পী প্ৰশ্নোত্তৰ –

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd