• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

Quiz 2023 : ভাৰতৰ ইতিহাস সম্পৰ্কে ২০ টা বহুবিকল্পী প্ৰশ্নোত্তৰ –

by
July 26, 2023 12:51 pm
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ইতিহাস সম্পৰ্কে ২০ টা বহুবিকল্পী প্ৰশ্নোত্তৰ –

Welcome to your ভাৰতৰ ইতিহাস সম্পৰ্কে ২০ টা বহুবিকল্পী প্ৰশ্নোত্তৰ -

Apply Now
১/ মৌৰ্য বংশৰ প্ৰথম সম্ৰাট কোন আছিল?

২) সিন্ধু উপত্যকা সভ্যতা মূলতঃ কোনখন আধুনিক দেশত কেন্দ্ৰীভূত আছিল?

৩) ১৭৫৭ চনত পলাচী যুদ্ধত ভাৰতত ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ আৰম্ভণি হয়। এই যুদ্ধত কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বাহিনীক জয়ৰ দিশত আগুৱাই লৈ গৈছিল?

৪/ ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা হৈছিল ?

৫) ভাৰতীয় স্বাধীনতা আন্দোলনত অসহযোগ আন্দোলনক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰধান কৌশল হিচাপে কোনে ব্যৱহাৰ কৰিছিল?

৬) ভাৰত আৰু পাকিস্তানৰ বিভাজন কেতিয়া হৈছিল?

৭) বিখ্যাত দাণ্ডি যাত্ৰা কিয় কৰা হৈছিল?

৮) ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথম মহিলা কোন?

৯) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠন হোৱা ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ নেতৃত্বত আছিল ?

১০) বিখ্যাত "ভাৰত ত্যাগ আন্দোলন" কোন চনত আৰম্ভ হৈছিল?

১১) ১৮৫৭ চনৰ বিদ্ৰোহ, যাক স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলিও কোৱা হয়, কোনখন চহৰত আৰম্ভ হৈছিল?

১২) প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়খন বৰ্তমান ক’ত অৱস্থিত আছিল:

১৩) বিখ্যাত ৰজা অশোকে কলিংগ যুদ্ধৰ ধ্বংসলীলাৰ সাক্ষী হৈ কোন ধৰ্ম গ্ৰহণ কৰিছিল?

১৪) ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তাজমহল সম্ৰাট শ্বাহজাহানে নিজৰ মৰমৰ পত্নীৰ স্মৃতিত নিৰ্মাণ কৰিছিল। তাজমহল ক'ত অৱস্থিত?

১৫) কোন মাৰাঠা শাসকৰ নেতৃত্বত মাৰাঠা সাম্ৰাজ্যই শীৰ্ষ স্থানত উপনীত হৈছিল? ক) শিৱাজী

১৬) দেশৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক সামৰি লোৱা বিখ্যাত গ্ৰন্থ "ডিস্কভাৰী অৱ ইণ্ডিয়া"ৰ লেখক কোন?

১৭) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইণ্ডিয়ান নেশ্যনেল আৰ্মীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কোনখন দেশৰ সৈতে মিত্ৰতা কৰিছিল?

১৮) সিন্ধু উপত্যকা সভ্যতাৰ উল্লেখযোগ্য স্থান প্ৰাচীন চহৰ মহেঞ্জো-দাৰো ক’ত অৱস্থিত?

১৯) ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল?

২০) ভাৰতৰ কোনখন চহৰত বিখ্যাত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল ?

clock.png

Time's up

.

.

Also read :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd