• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰ্চিং হোমৰ সমীপৰ প্লাষ্টিকৰ দ’মত উদ্ধাৰ একাধিক নৱজাতকৰ মৃতদেহ সহিতে শৰীৰৰ বিছিন্ন অংগ! ক’ত সংঘটিত হ’ল এই কাণ্ড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 9:11 am
750
VIEWS
Share on FacebookShare on Twitter

নাৰ্চিং হোমৰ সমীপৰ প্লাষ্টিকৰ দ’মত উদ্ধাৰ একাধিক নৱজাতকৰ শৰীৰৰ অংগ! পুনেত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা য’ত জাবৰৰ দ’মত উদ্ধাৰ হ’ল নৱজাতকৰ মৃতদেহ আৰু আন পাঁচ-ছয়টা নৱজাতকৰ শৰীৰৰ অংগ!

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহ উদ্ধাৰ হোৱা অঞ্চলটোৰ সমীপত এখন নাৰ্চিং হোম আছে। তাৰ পৰাই মৃতদেহটো পেলাই দিয়া বুলি অনুমান কৰা হৈছে। মঙলবাৰে পুৱা পুনেৰ দৌণ্ডা অঞ্চলত হুলস্থুলৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে এটা জাবৰ পেলোৱা ঠাইত মৃতদেহ আৰু শৰীৰৰ অংগ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি পোৱাৰ লগে লগে নৱজাত শিশুৰ মৃতদেহকে ধৰি পাঁচ-ছটা শিশুৰ শৰীৰৰ অংগ প্লাষ্টিকৰ জাৱৰত দেখে।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে ই নাৰ্চিং হোমৰ ‘বায়’মেডিকেল ৱেষ্ট প্ৰচেছ’ হ’ব পাৰে। সেয়ে এই কাম নিয়ম অনুসৰি কৰা হৈছিল নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনা সন্দৰ্ভত পুনেৰ ডি এছ পি বাপুৰাও তাদাছে কয় যে শৰীৰৰ অংগ উদ্ধাৰ হোৱা ঠাইৰ ওচৰতে পেট্ৰ’ল পাম্প আছে। তাত থকা চিচিটিভি পৰীক্ষা কৰি আছে যে কিবা তথ্য পোৱা গৈছে নেকি।

তদুপৰি যিসকলৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকৰ পৰিচয় চিনাক্তকৰণৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। তদন্তৰ তথ্যৰ ভিত্তিত অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Recent News

ভাৰতীয় ট্ৰেভেল এজেন্সীক ‘অবৈধ অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড’আখ্যা! আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

ভাৰতীয় ট্ৰেভেল এজেন্সীক ‘অবৈধ অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড’আখ্যা! আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd