• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াবহ ৰূপ লৈছে গৰাখহনীয়াই! অসমত প্ৰতি বছৰে নদীত জাহ যায় গড়ে ৮,০০০ হেক্টৰ মাটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 3:03 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নদী গৰা খহনীয়াই ভয়াবহ সংকটৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ লোকে দীৰ্ঘসময় ধৰি নদীৰ গৰা খহনীয়াৰ ক্ৰমবৰ্ধমান সমস্যাৰ সৈতে যুঁজি আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত বিস্তৃত ভূখণ্ড জাহ যোৱাৰ বাবে, বৃহৎ পৰিসৰৰত জনসাধাৰণ স্থানচ্যুত হোৱাৰ লগতে আৰু অৰ্থনৈতিক দুৰ্দশাৰো সন্মুখীন  হৈছে। ৰাজ্যখন এতিয়া ভাৰতৰ আটাইতকৈ খহনীয়া প্ৰভাৱিত অঞ্চলত পৰিণত হৈছে, বিগত দশকবোৰত ৭% তকৈ অধিক ভূমি হেৰুৱাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১৯৫৪ চনৰ পৰা অসমত প্ৰায় ৩৮৬,৪৭৬ হেক্টৰ মাটি হেৰুৱাইছে। জলসম্পদ বিভাগৰ অনুমানিক তথ্য অনুসৰি ১৯৫০ চনৰ পৰা ৪,২৭,০০০ হেক্টৰ মাটি নদীত জাহ গৈছে। আৰু ৰাজ্যত প্ৰতি বছৰে গড়ে ৮,০০০ হেক্টৰ মাটি নদীত জাহ যয়।

Apply Now

ভাৰতৰ সৰ্বাধিক খহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত ২২খন জিলাৰ ভিতৰত অসমৰ  ৯খন জিলা ক্ৰমে ধেমাজি: ৪১.৬৪ হেক্টৰ ক্ষতি, ৩৮৭ জন স্থানচ্যুত, ধুবুৰী: ৩৩.২২ হেক্টৰ ক্ষতি, ৬৩৮ জন স্থানচ্যুত, বাক্সা: ১৮.৭৬ হেক্টৰ ক্ষতি, ২১৫ জন স্থানচ্যুত, কোকৰাঝাৰ: ১৪.৫১ হেক্টৰ ক্ষতি, ১৯৮ জন স্থানচ্যুত, বৰপেটা: ২৩ হেক্টৰ ক্ষতি, ২৮৯ জন স্থানাচ্যুত হৈছে। ইয়াৰোপৰি গৰাখহনীয়াই আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতি কৰিছে আাৰু কৃষিভূমি হেৰুৱাই বহু গ্ৰাম্য পৰিয়াল প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে।

বিশেষজ্ঞসকলে এই সংকট দূৰ কৰাৰ লগতে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চৰকাৰী সংস্থা, বিজ্ঞানী আৰু স্থানীয় লোকৰ সৈতে এক সমন্বিত প্ৰচেষ্টাৰ  প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সময় থাকোতে সঠিক পৰিকল্পনা আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ নকৰিলে, অসমৰ অধিক ভূমি  আৰু অৰ্থনৈতিক সম্পদ হেৰুৱাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd