• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহ যদিহে নহয় মানুহ…! ফুটপাথত শ্ৰমিকক খুন্দা মাৰি লেম্বৰগিনিৰ চালকৰ প্ৰশ্ন, ‘কোনোবা মৰিল নেকি?’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 8:43 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটপাথত উঠি দুজন পথচাৰী শ্ৰমিকক খুন্দা মাৰে এখন লেম্বৰগিনীয়ে। যেতিয়া স্তম্ভিত প্ৰত্যক্ষদৰ্শীয়ে চালকজনক জবাবদিহি কৰে, তেতিয়া তেওঁৰ নিৰ্লিপ্ত প্ৰতিক্ৰিয়াই আৰু অধিক ক্ষোভৰ সৃষ্টি কৰে। দেওবাৰে সন্ধিয়া নয়ডাৰ ছেক্টৰ ৯৪ত সংঘটিত ঘটনাত অভিযুক্ত চালকজনে ওলোতাই খঙেৰে সোধে, “কোনোবা মৰিল নেকি?”

বিলাসী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি ৰাস্তাত ওলোটাকৈ উলটি পৰে। ইয়াৰ পিছতে এজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। ইয়াত দেখা গৈছে যে অঞ্চলটোৰ নিৰ্মাণ শ্ৰমিকসকলে দ্ৰুতগতিত গাড়ীখনৰ ফালে দৌৰি আহিছে।

Apply Now

তেওঁলোকৰ এজনে চালকজনক সুধিলে, “আপুনি বহুত ষ্টাণ্ট শিকি আহিছে নেকি?”  তেওঁ লগতে জনায় যে ইয়াৰ পূৰ্বেও অঞ্চলটোত এনে দুৰ্ঘটনা সংঘটিত হৈ লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু চালকৰ উত্তৰটো আছিল অত্যন্ত বেপেৰোৱা— ‘ইয়াত কোনোবা মৰি গ’ল নেকি?’।

আৰক্ষীয়ে জনোৱা মতে, আহত শ্ৰমিককেইজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তেওঁলোক এতিয়া বিপদমুক্ত। দুৰ্ঘটনাৰ পিছত চালকে গাড়ীৰ পৰা নামি অভিযোগকাৰীসকলৰ সৈতে যুক্তি দিবলৈ চেষ্টা কৰে: ‘মইতো লাহে এক্সিলেটৰ লাহে দবাইছিলো।’ উত্তৰত এজন পথচাৰীয়ে কয়, “এইটো কি লেহেমীয়া আছিল নেকি?” আৰক্ষীয়ে চালকজনক আটক কৰি বাহনখন জব্দ কৰিছে।

Noida Tragedy: Speed Over Lives

A speeding Lamborghini ran over multiple laborers near Amity University, Sector 126, Noida, outside the M3M project. Three workers are in critical condition.

And the driver’s first question? “Did anyone die?”

How many more lives will reckless… pic.twitter.com/Xh975XDmQX

— Kumaon Jagran (@KumaonJagran) March 30, 2025

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত চালকজনৰ নিৰ্বিকাৰ প্ৰতিক্ৰিয়া ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd