• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বনৰীয়া হাতীৰ জাকৰ আক্ৰমণস্থলীলৈ পৰিণত ঝাৰখণ্ড! চাৰিদিনত ৭ জনকৈ লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 8:49 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডৰ দুখন জিলাত বনৰীয়া হাতীৰ জাক জুৰুলা সাধাৰণ জনগণ। ঝাৰখণ্ডৰ গুমলা আৰু ছিমডেগাত যোৱা চাৰিদিনত হাতীৰ আক্ৰমণত ৭ জন লোকৰ মৃত্যু হৈছে। আন এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে গুমলাত হাতী ভৰিৰে ভৰিৰে মোহাৰি দুজন লোকৰ মৃত্যু হয়। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। দেওবাৰে পুৱা গুমলাৰ ৰায়দিহ থানাৰ অন্তৰ্গত ডেৰাংডিহি আম্বাকোনা বনাঞ্চলত মহুৱা সংগ্ৰহ কৰিবলৈ গৈছিল জেমছ কুজুৰ (৪৫)। লগে লগে হাতীৰ জাকটোৰ সন্মুখত পৰিল। নিমিষতে বনৰীয়া হাতীয়ে তেওঁক ভৰিৰ তলত থেতেলিয়াই পেলালে। দুপৰীয়াৰ ভাগত আৰক্ষী আৰু বন বিভাগৰ লোকে জেমছৰ বিকৃত মৃতদেহ উদ্ধাৰ কৰে। এক সুকীয়া ঘটনাত এটা হাতীয়ে ক্লাইমেট এক্কা (৭৩) নামৰ এজন বৃদ্ধক ধৰি ঘৰৰ সন্মুখত মাটিত পেলাই দিয়ে। গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

Apply Now

ইয়াৰ পাছতে চুবুৰীয়া গাঁও জাৰ্মানাত হাতীৰ জাকটোৱেও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তাত হাতীৰ আক্ৰমণত মৃত্যু হয় অৰবিন্দ সিং ৰাজাৱত (৫০) নামৰ আন এজন যুৱকৰ।

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে ছিমডেগা জিলাত বনৰীয়া হাতীৰ দল এটাই চাৰিজন লোকক হত্যা কৰে। তেতিয়াৰ পৰাই ঝাৰখণ্ডৰ এক বিশাল অঞ্চলত আতংক বিয়পি পৰিছে। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি নিহত লোক দুজনৰ নাম বিকাশ ওহদাৰ, ছিবিয়া লুগুন, ক্রিষ্টোফাৰ এক্কা আৰু হেমৱতী দেৱী৷ গাঁৱৰ ৰাইজে কয় যে বিগত কিছুদিন ধৰি গুমলা আৰু ছিমডেগা জিলাত দুই-তিনিটা দলে বনৰীয়া হাতী দৌৰিছে। বসতিস্থলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, কৃষিভূমি ধ্বংস কৰিছে।   জোৰৰ পৰা আৰম্ভ কৰি ঢোললৈকে সকলোৰে ভয় খুৱাবলৈ চেষ্টা কৰিও হাতীৰ জাকটোক বশ কৰিব নোৱাৰিলে। স্থানীয় বাসিন্দাসকলকো সজাগ হ’বলৈ আহ্বান জনাইছে বন বিভাগে। পৰিস্থিতি চম্ভালিবলৈও খেলপথাৰলৈ ওলাই আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

November 10, 2026 1:05 pm
ছোনিয়া গান্ধীৰ গ্ৰন্থত মোদীক লৈ বিস্ফোৰক মন্তব্য! মুখামুখি হ’লে কি কৰে প্ৰধানমন্ত্ৰীয়ে?

ছোনিয়া গান্ধীৰ গ্ৰন্থত মোদীক লৈ বিস্ফোৰক মন্তব্য! মুখামুখি হ’লে কি কৰে প্ৰধানমন্ত্ৰীয়ে?

November 10, 2026 11:30 am
উচ্চ শিক্ষাত শিক্ষকৰ অভাৱ, কেন্দ্ৰৰ গৱেষণাতে ফাদিল তথ্য; এটা দশকত বৃদ্ধি পাইছে ছাত্ৰ-শিক্ষকৰ অনুপাত

উচ্চ শিক্ষাত শিক্ষকৰ অভাৱ, কেন্দ্ৰৰ গৱেষণাতে ফাদিল তথ্য; এটা দশকত বৃদ্ধি পাইছে ছাত্ৰ-শিক্ষকৰ অনুপাত

November 10, 2026 10:05 am
ভোট চুৰিৰ পিছত এইবাৰ পশু পালকৰ গাখীৰ চুৰিত নামিল বিজেপি! গৰু-ম’হ লৈ ৰাজপথলৈ ওলাই আহিল দুগ্ধ উৎপাদক

ভোট চুৰিৰ পিছত এইবাৰ পশু পালকৰ গাখীৰ চুৰিত নামিল বিজেপি! গৰু-ম’হ লৈ ৰাজপথলৈ ওলাই আহিল দুগ্ধ উৎপাদক

November 10, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

November 10, 2026 1:05 pm
ছোনিয়া গান্ধীৰ গ্ৰন্থত মোদীক লৈ বিস্ফোৰক মন্তব্য! মুখামুখি হ’লে কি কৰে প্ৰধানমন্ত্ৰীয়ে?

ছোনিয়া গান্ধীৰ গ্ৰন্থত মোদীক লৈ বিস্ফোৰক মন্তব্য! মুখামুখি হ’লে কি কৰে প্ৰধানমন্ত্ৰীয়ে?

November 10, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd