• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইচক্ৰীমত মাতৃদুগ্ধৰ সোৱাদ! নৱতম আৱিষ্কাৰে বিশ্বজুৰি সৃষ্টি কৰিছে আলোড়নৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 6:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত মাতৃদুগ্ধৰ বিকল্প নাথাকে। সেইবাবেই চিকিৎসকেও নৱজাতকক মাতৃদুগ্ধেৰে ডাঙৰ-দীঘল কৰিবলৈ উৎসাহিত কৰে। কিন্তু মাতৃদুগ্ধৰ সোৱাদ কেনেকুৱা হয় কোনেও ক’ব নোৱাৰে। অৱশ্যে আমেৰিকাৰ শিশু সামগ্ৰীৰ ব্ৰেণ্ড ‘ফ্ৰিডা’ই নতুন উদ্যোগ গ্ৰহণ কৰিছে। মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম মুকলি কৰিবলৈ ওলাইছে কোম্পানীটোৱে। প্ৰায় সকলোৱেই ষ্ট্ৰবেৰী, ভেনিলা, চকলেটকে ধৰি বিভিন্ন সোৱাদৰ আইচক্ৰীম খোৱাত অভ্যস্ত। আইচক্ৰীমৰ এই নতুন সোৱাদৰ কথা শুনিবলৈ তেওঁলোকে ৰৈ থাকিব নোৱাৰে। কিন্তু সংগঠনটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে সন্তান জন্ম হ’বলৈ ৯ মাহ সময় লাগে। ঠিক তেনেকৈয়ে মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম খাবলৈ অপেক্ষা কৰিব লাগে।

মাতৃদুগ্ধ অমূল্য। গতিকে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে মাতৃদুগ্ধৰ পৰা তৈয়াৰী কোনো খাদ্যৰ অনুমোদন নিদিয়ে। গতিকে ‘মাতৃদুগ্ধৰ আইচক্ৰীম’ প্ৰকৃত মাতৃদুগ্ধৰ পৰা তৈয়াৰ কৰা নহয়। ‘ফ্ৰিডাৰ’ দাবী যে এই আইচক্ৰীমত মাতৃদুগ্ধৰ পুষ্টিকৰ মূল্য নাই। কেৱল সোৱাদৰ অনুকৰণ কৰা হৈছে। ইয়াৰ উপৰিও আইচক্ৰীমত মিঠাই থাকিব। লগতে নিমখীয়াও হ’ব পাৰে।

Apply Now

View this post on Instagram

A post shared by Frida Mom (@fridamom)

শেহতীয়াকৈ কোম্পানীটোৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সকলোকে এই আইচক্ৰীমৰ বিষয়ে অৱগত কৰা হৈছিল। স্বাভাৱিকতে সেই ভিডিঅ’টো সকলোতে বিয়পি পৰিল। বহুতে আগ্ৰহেৰে অপেক্ষা কৰি আছে আইচক্ৰীমৰ এই নতুন সোৱাদটো চেষ্টা কৰিবলৈ। একাংশই বাৰে বাৰে সুধিছে কেতিয়া উপলব্ধ হ’ব। অৱশ্যে কোম্পানীটোৱে ৯ মাহৰ আগতে উপলব্ধ নহ’ব বুলি উল্লেখ কৰিছে। অনলাইনযোগে অৰ্ডাৰ দিবলৈও পৰামৰ্শ দিছে কোম্পানীটোৱে। কিন্তু কিছুমানে যথেষ্ট বিৰক্ত হৈছে। তেওঁলোকে কয় যে এইটো সংগঠনটোৱে মানুহক বোকা পানী খুৱাবলৈ কৰা অপপ্ৰচাৰৰ কৌশলৰ বাহিৰে আন একো নহয়। সেয়েহে এপ্ৰিল ফুল দিৱসৰ দিনা এই ভিডিঅ’টো পোষ্ট কৰিব লাগিছিল বুলিও নেটিজেনৰ এটা অংশই সংস্থাটোক পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd