• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

শ্ৰীলংকাত ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ অনুমতি নিদিয়ে! শ্ৰীলংকাৰ প্ৰতিশ্ৰুতি

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 5:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকা ভ্ৰমণত প্ৰাধানমন্ত্ৰী মোদী। শ্ৰীলংকাৰ ভূখণ্ডত ভাৰতৰ নিৰাপত্তা আৰু স্বাৰ্থৰ ক্ষতিৰ কৰা কোনো কাম নকৰে বুলি শনিবাৰে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছোনয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিগত সময়ত দ্বীপ ৰাষ্ট্ৰখনত চীনৰ কাৰ্যকলাপে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে। এফালে যিদৰে চীনৰ চোৰাংচোৱা জাহাজৰ গতিবিধি শ্ৰীলংকাৰ জলসীমাত দেখা গৈছে, সেইদৰে কলম্বোৱে বেইজিঙৰ পৰা কোটি কোটি টকা ঋণ গৰহণ কৰিছে। এনে পৰিস্থিতিত থাইলেণ্ডত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ পিছত মোদীৰ শ্ৰীলংকা ভ্ৰমণ বিশেষ গুৰুত্ববহন কৰিছে।  

শুকুৰবাৰে কলম্বোৰ বান্দাৰনায়কে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্বীপ ৰাষ্ট্ৰখনৰ পাঁচজন মন্ত্ৰীয়ে ভাৰতীয় প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। শনিবাৰে পুৱা ইণ্ডিপেন্ডেন্স স্কুৱাৰত মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায় ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশনায়েকে। তাতে মোডীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘মিত্ৰ বিভূষণ পদক’ প্ৰদান কৰা হয়। ২০১৯ চনত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণেই হওক বা শেহতীয়া কভিড মহামাৰীৰ সংকটেই হওক ভাৰতে  শ্ৰীলংকাৰ বিপদৰ সময়ত সহায় কৰি অহিছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।

Apply Now

উল্লেখ্য যে ৫ এপ্ৰিল শণিবাৰে ভাৰত আৰু শ্ৰীলংকাই প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰে। দুয়োখন দেশে ট্ৰিংকোমালিক শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰাৰ লগতে ভাৰতৰ সহযোগত শ্ৰীলংকাৰ পূব অঞ্চলৰ কেইবাটো উন্নয়ন প্ৰকল্পৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে।

২০২৩ চনত চীনৰ চোৰাংচোৱা জাহাজ ‘ইউয়ান ৱাং ৫’ শ্ৰীলংকাৰ বন্দৰত উপস্থিত হৈছিল, সেই সময়ত ভাৰতত এই প্ৰেক্ষাপটে এক শক্তিশালী বাৰ্তা দিছিল। ইয়াৰ পিছত যোৱা বছৰৰ আগষ্ট মাহত পি এল এৰ জাহাজ ‘হাই ইয়াং ২৪ হাও’ শ্ৰীলংকা পাৰ হৈছিল। যদিও চীনে এই জাহাজসমূহ গৱেষণামূলক জাহাজ বুলি দাবী কৰে, তথাপিও চীনৰ যুদ্ধজাহাজসমূহে শ্ৰীলংকাৰ নৌসেনাৰ বন্দৰসমূহলৈ সঘনাই গৈ তেওঁলোকৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচী নিৰীক্ষণ কৰাৰ আশংকা প্ৰকাশ কৰিছে ভাৰতে। এই সন্দৰ্ভত আমেৰিকাইও শ্ৰীলংকাক সকীয়াই দিছিল। ইয়াৰ পিছত কলম্বোৱে চীনৰ চোৰাংচোৱা জাহাজক নিজৰ বন্দৰত অৱস্থান কৰাত বাধা প্ৰদআন কৰে আৰু আজিৰ দিনটোতে শ্ৰীলংকাই ভাৰতক পোনপটীয়াকৈ আশ্বস্ত কৰি কয় যে ভাৰতৰ স্বাৰ্থ বা নিৰাপত্তাৰ বিৰোধী কোনো কার্যকলাপ শ্ৰীলংকাৰ ভূখণ্ডত তেওঁলোকে অনুমতি নিদিয়ে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd