• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজি আদালতঃ POCSOৰ অধীনত তিনিটা গোচৰৰ ঐতিহাসিক ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 9:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধেমাজি জিলা আদালতে বৃহস্পতিবাৰে শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ তিনিটা পৃথক গোচৰত গুৰুত্বপূৰ্ণ ৰায় দিছে। POCSO আইনৰ অধীনত এই গোচৰত তিনিজনক দোষী সাব্যস্ত কৰি শাস্তি বিহা হৈছে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ নেতৃত্বত আদালতে শিশুৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ৰায়দান দিছে।

প্ৰথমটো গোচৰত (ধেমাজি থানা, নং ১২৩/২০২৪) জিয়াঢলৰ ৰামেশ্বৰ ডলীয়ে ১০-১১ বছৰীয়া এজনী নাবালিকাক বাৰে বাৰে যৌন নিৰ্যাতন চলাইছিল। আদালতে তেওঁক ৩০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনাৰ শাস্তি বিহিছে। জৰিমনা নিদিলে তেওঁক অতিৰিক্ত তিনি বছৰ জে’লত থাকিব লাগিববুলি অদালতে উল্লেখ কৰিছে।

আনহাতে দ্বিতীয়টো গোচৰত ছিলাপথাৰ থানা, নং ২৩৪/২০২০, পৰিতোষ মণ্ডালে নাবালিকাক ধৰ্ষণৰ চেষ্টা কৰিছিল। তেওঁক ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনা দিয়া হৈছে। টকা নিদিলে তেওঁক অতিৰিক্ত ৬ মাহ জে’লত কটাব লাগিব বুলি উল্লেখ কৰিছে ।

তৃতীয় গোচৰত (ধেমাজি, নং ৯/২০২৪) পাঞ্চালীৰ ললিত বৰাই নাবালিকাক যৌন নিৰ্যাতন চলাইছিল। আদালতে তেওঁক ৬ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনাৰ শাস্তি বিহিছে। জৰিমনা নিদিলে  অতিৰিক্ত ৬ মাহ কাৰাদণ্ড ভুগিব লাগিব বুলি আদালতে নিৰ্দেশ কৰিছে। এই ৰায়ে শিশুৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

বাৰে বাৰে কৈ আছিল জুবিনে, “মই নাযাওঁ” : জোৰ কৰি লৈ গৈছিল শ্যামকানুৱে, দুদিন খোৱা নাছিল কেইবাটাও টেবলেট

September 20, 2025 12:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd