• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহবাসৰ পিছত গৰ্ভ নিৰোধক টেবলেট খাই নেকি? অপকাৰিতা জানিলে আপুনিও বাদ দিব খাবলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 7:00 am
8.4k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ বহুতো মহিলাই গৰ্ভনিৰোধক টেবলেট খায়। সাধাৰণতে যৌন সম্ভোগৰ ৭২ ঘন্টাৰ ভিতৰত এই ঔষধ খালে গৰ্ভধাৰণৰ পৰা হাত সাৰি থাকিব পাৰি।

কিন্তু এই ঔষধসমূহৰ আছে সাংঘাটিক পাৰ্শ্বক্ৰিয়া। জানো আহক গৰ্ভ নিৰোধক টেবলেটৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে –

১. এই টেবলেট খোৱাৰ প্ৰথম কেইদিনমানৰ ভিতৰত বমি বা বমি ভাব হ’ব পাৰে।

২. গৰ্ভ নিৰোধক টেবলেট খোৱাৰ পিছত মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্য হেৰায়। ফলত কিছুমান মহিলাৰ মূৰৰ বিষ হ’ব পাৰে।

৩. এই দৰৱে মহিলাৰ ওজন বৃদ্ধি কৰিব পাৰে।

৪. কেতিয়াবা এই টেবলেট খোৱাৰ ফলত হতাশা বা মনৰ অস্থিৰতাই দেখা দিব পাৰে।

৫. এই টেবলেট খোৱাৰ পিছত প্ৰথম কেইমাহমান ঋতুস্ৰাৱ অনিয়মিত হ’ব পাৰে।

৬. এই টেবলেট একাধিকবাৰ খোৱাৰ ফলত ৰক্ত জমা হোৱা (blood clots), উচ্চ ৰক্তচাপ বা হৃদৰোগৰ সম্ভাৱনা বাঢ়িব পাৰে। বিশেষকৈ ধূমপান কৰা বা ৩৫ বছৰৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক হ’ব পাৰে।

উল্লেখ্য যে এই পাৰ্শ্বক্ৰিয়া সকলোৰে ক্ষেত্ৰত নহব’ও পাৰে। কিন্তু যদি কোনো গুৰুতৰ সমস্যা যেনে বুকুৰ বিষ, শ্বাস লোৱাত অসুবিধা বা তীব্ৰ মূৰৰ বিষ হয়, তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। পৰাপক্ষত এই টেবলেট খোৱাৰ পৰা আঁতৰি থাকিব লাগে।

Recent News

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd