• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ প্ৰথমটো মানৱ শিশুৰ জন্ম দিলে ৰবটে! এতিয়া মানুহৰ হাতত সন্তান তুলি দিব AIয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 12:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা জগতত এক যুগান্তকাৰী ঘটনা! এইবাৰ ৰবটে জন্ম দিলে এটি মানৱ শিশুৰ! কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ৰবটিক্সৰ দ্বাৰা পৰিচালিত সম্পূৰ্ণ স্বয়ংক্ৰিয় আইভিএফ পদ্ধতিৰ জৰিয়তে বিশ্বৰ প্ৰথমটো শিশুৰ জন্ম হৈছে।

নিউয়ৰ্ক আৰু গুৱাডালাজাৰা ভিত্তিক এটা জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠানে এই বিশাল ঐতিহাসিক পৰিঘটনাটো সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। এই বৈপ্লৱিক ব্যৱস্থাটোৱে সমগ্ৰ ইন্ট্ৰাচাইট’প্লাজমিক শুক্ৰাণু বেজী (ICSI) প্ৰক্ৰিয়াটোক স্বয়ংক্ৰিয় কৰি তোলে, যিটো দশক দশক ধৰি আইভিএফ চিকিৎসাৰ মূল ভেটি হৈ আহিছে।

Apply Now

এই ৰবটিক পদ্ধতিৰে আইভিএফৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এটা ডিম্বানু আৰু এটা একক শুক্ৰাণু কোষৰ মিলন সম্ভৱ হৈছে। ৰিপ্ৰডাক্টিভ বায়’মেডিচিন অনলাইনত প্ৰকাশিত কেছ ৰিপৰ্ট অনুসৰি এই ৰবটিক আইভিএফৰ পিছত এটা মানৱ শিশু সুস্থ হৈ জন্ম হৈছে। আইভিএফৰ জৰিয়তে মাতৃ হ’ল এগৰাকী ৪০ বছৰীয়া মহিলা।

এআইৰ সহায়ত আইচিএছআইৰ দ্বাৰা চিকিৎসা কৰা পাঁচটা ডিম্বানুৰ ভিতৰত চাৰিটা ডিম্বানু সফলতাৰে নিষিক্ত হৈছিল। এআইৰ ব্যৱহাৰে কেৱল বেজী দিয়াই নহয়, শুক্ৰাণু নিৰ্বাচন আৰু স্থিতিশীলতাতো সহায় কৰিছে। এআইয়ে শ্ৰেষ্ঠ শুক্ৰাণু কোষটো চিনাক্ত কৰে, ইয়াক স্থিৰ কৰি ৰাখিবলৈ লেজাৰ ব্যৱহাৰ কৰি ডিম্বানু নিষিক্ত কৰাত সহায় কৰিছে। আৰু গোটেই কামটো এআইৰ দ্বাৰা নিখুঁতভাৱে কৰা হৈছে।

পাঁচটা ডিম্বানু নিষিক্ত কৰা বাবে মুঠ ১১৫ টা পৰ্যায় প্ৰয়োগ কৰা হয়। প্ৰতিটো ডিম্বানু লোৱাৰ গড় সময় আছিল ১০ মিনিটৰো কম, যিটো পৰীক্ষামূলক প্ৰকৃতিৰ বাবে গতানুগতিক আইচিএছআইতকৈ অলপ বেছি। কিন্তু ভৱিষ্যতে পুনৰাবৃত্তিসমূহ যথেষ্ট দ্ৰুত হোৱাৰ আশা কৰা হৈছে।

A 40-year-old woman in Mexico just made history by giving birth to the first baby conceived with an AI-powered, sperm-injecting robot after struggling with IVF. pic.twitter.com/9eje7UvG3F

— No Jumper (@nojumper) April 11, 2025

কনচিভেবলৰ মুখ্য বৈজ্ঞানিক বিষয়া তথা ভ্ৰূণ বিজ্ঞানৰ অগ্ৰণী ডাঃ জেক কোহেনে কয় যে এই প্ৰযুক্তিয়ে লেবৰ কৰ্মচাৰীৰ মানসিক চাপ হ্ৰাস কৰিব পাৰে আৰু সম্ভাৱনাময়ভাৱে ডিম্বানুৰ জীয়াই থকাৰ ক্ষমতা আৰু আইভিএফৰ সামগ্ৰিক সফলতাৰ হাৰ দুয়োটাতে উন্নতি সাধন কৰিব পাৰে।

কনচিভেবলৰ সহ-প্ৰতিষ্ঠাপক ড° আলেজান্দ্ৰ’ চাভেজ-বাডিঅ’লাই এই বিকাশক আইচিএছআই পদ্ধতিৰ প্ৰতিটো উপাদান স্বয়ংক্ৰিয় কৰিব পৰা প্ৰথমটো ব্যৱস্থা বুলি বৰ্ণনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd