• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষাগত অৰ্হতাক লৈ বিসংগতি! ভুৱা প্ৰমাণপত্ৰ দি বিজেপিৰ ৰাজ্যিক নেতাৰ পত্নীৰ মনোনয়ন পত্ৰ নাকচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 9:00 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ নলতলি প্ৰথম খণ্ডৰ গাঁও পঞ্চায়তৰ সদস্যৰ পদৰ বাবে দাখিল কৰা এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হয় । প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে শনিবাৰে মনোনয়ন পত্ৰৰ পুনৰীক্ষণৰ সময়তে পোহৰলৈ আহে এই তথ্য ।

সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে । কিয়নো প্ৰাৰ্থীগৰাকী হৈছে কলিয়াবৰ বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কৰুণা কুমাৰ ভূঞাৰ পত্নী জবামণি ভূঞা । একাংশই অভিযোগ কৰিছে যে মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সভাপতি আসনখনত চক্ৰান্তৰে নিজ পত্নীক বহুৱাব বিচাৰিছিল বিজেপি নেতাজনে ।

Apply Now

জানিব পৰা মতে জবামণি ভূঞাই শুকুৰবাৰে দাখিল কৰা মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা নাছিল । কুঁৱৰীটোল হাইস্কুলৰ এগৰাকী ছাত্ৰী হিচাপে নৱম শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ উৰ্ত্তীণ বুলি বিদ্যালয় বদলিৰ এখন ফটোকপি মনোনয়ন পত্ৰৰ লগত দাখিল কৰিছিল প্ৰাৰ্থীগৰাকীয়ে । তদুপৰি জবামণি ভূঞাই দাখিল কৰা এখন শপতনামাত জবামণি ভূঞাই উচ্চ মাধ্যমিক উত্তীৰ্ণ বুলিও উল্লেখ কৰা হৈছিল । শনিবাৰে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ পুনৰীক্ষণৰ সময়ত প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ কোনো ধৰণৰ মূল প্ৰমাণ পত্ৰ দেখুৱাব নোৱৰাত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে । একেদৰে শাসকীয় বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ পত্নীগৰাকী মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া নাছিল জাতিগত প্ৰমাণপত্ৰ ।

উল্লেখ্য যে, গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ‘ব লাগিব বুলি নিৰ্দেশনা আছিল আৰু জবামণি ভূঞা যিহেতু সাধাৰণ শ্ৰেণীৰ, সেয়েহে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক আছিল ।

ইফালে জবামণি ভূঞাৰ ভাষ্য ল‘বলৈ দিনৰ পৰা মনোনয়ন পত্ৰ পুনৰীক্ষণ কাৰ্যালয়ৰ সন্মুখত সংবাদকৰ্মীৰ উপস্থিতিৰ উমান পাই প্ৰাৰ্থী জবামণি ভূঞাই আত্মগোপন কৰি বিয়লি ৫ বাজি ২০ মিনিটত উপস্থিত হৈছিল মনোনয়ন পত্ৰ নিৰীক্ষণ কাৰ্যালয়ত । মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত প্ৰাৰ্থী জবামণি ভূঞাই নিজৰ শিক্ষাগত অৰ্হতাৰ কোনো মূল প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰি সকলো নথি-পত্ৰ হেৰাল বুলি কৈ ওলায় আহিছিল । যাৰ বাবে জবামণি ভূঞাৰ মনোনয়ন পত্ৰ বৈধ নে নাকচ কৰা হ‘ব সেই সন্দৰ্ভত শনিবাৰে নিশা পৰ্যন্ত সিদ্ধান্ত ল‘ব নোৱাৰিলে মনোনয়ন পত্ৰ পুনৰীক্ষণ বিষয়াগৰাকীয়ে । অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ কৰা হয় ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd