• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কানাডাৰ ৰাজপথত নিৰ্বিচাৰ গুলীচালনাত নিহত ২১ বছৰীয়া ভাৰতীয় ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ ৰাজপথত নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছে এগৰাকী ভাৰতীয় ছাত্ৰী। তেওঁ অন্টাৰিঅ’ৰ হেমিল্টনৰ মহ’ক কলেজত পঢ়ি আছিল। হেমিল্টন আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে বাছ ষ্টপেজত ৰৈ আছিল হৰসিমৰাট ৰান্ধাৱা (২১) নামৰ ছাত্ৰীগৰাকী। সেই সময়ত এখন গাড়ীৰ পৰা চলোৱা গুলীত তেওঁ গুৰুতৰভাৱে আহত হৈছিল।

তাৰ পৰা হেমিল্টন আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, হেমিল্টনৰ আপাৰ জেমছ আৰু চাউথ বেণ্ড ৰোডৰ সমীপত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

Apply Now

হেমিল্টন আৰক্ষীয়ে এক বিবৃতিত কয় যে হেমিল্টনৰ আপাৰ জেমছ আৰু চাউথ বেণ্ড ৰোডৰ ওচৰত বুধবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ৭:৩০ বজাত তেওঁলোকে বন্দুকৰ গুলীৰ শব্দ শুনিছিল।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গুলীবিদ্ধ অৱস্থাত হৰসিমৰাট ৰন্ধাৱাক উদ্ধাৰ কৰে। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি চিচিটিভিৰ ফুটেজ উদ্ধাৰ কৰে।

ফুটেজ পৰ্যালোচনা কৰাৰ পিছত হেমিল্টন আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ দিনটোত এখন ক’লা ৰঙৰ গাড়ীত থকা এজন লোকে বগা ৰঙৰ চেডান গাড়ীত থকা আৰোহীৰ ওপৰত গুলীচালনা কৰে। কিন্তু বাছ ষ্টপেজত থিয় হৈ থকা  হৰসিমৰাট ৰন্ধাৱাৰ শৰীৰত গুলী লাগে। জানিব পৰা মতে, গুলীচালনাৰ কিছু সময়ৰ পিছতে গাড়ী দুখন তাৰ পৰা গুচি যায়।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই নিৰ্বিচাৰভাৱে গুলীচালনা কৰাৰ সময়ত স্থানীয় এটা ঘৰৰ খিৰিকীৰে গুলী সোমাই যায়। অৱশ্যে বন্দুকৰ গুলীত ঘৰৰ কোনো লোক আহত হোৱা নাই।

টৰন্টোত থকা ভাৰতৰ কনছুলেট জেনেৰেলে এই বিষয়ত শুকুৰবাৰে পোষ্ট কৰে। তেওঁ কয় যে ” অন্টাৰিঅ’ৰ হেমিল্টনত ভাৰতীয় ছাত্ৰী হৰসিমৰাট ৰান্ধৱাৰ কৰুণ মৃত্যুত আমি গভীৰভাৱে দুখী। স্থানীয় আৰক্ষীৰ মতে, তেওঁ নিৰীহ আছিল। নিৰ্বিচাৰ গুলীচালনাৰ সময়ত দুখন বাহনৰ মাজত পৰি যোৱাত গুলীবিদ্ধ হৈ মৃত্যু হয় হৰচিমৰাট ৰান্ধৱাৰ। এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে। আমি তেওঁৰ পৰিয়ালৰ সৈতে সংস্পৰ্শত আছো। এই কঠিন সময়ত আমাৰ প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd