• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুবছৰত তিনিটা বিবাহ বিচ্ছেদ! আদৰ্শ সঙ্গী বিচাৰি চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি বিতৰ্কত অধ্যাপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 1:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰে বাৰে বিয়া পাতিছে যদিও কোনোমতে “আদৰ্শ সংগী” বিচাৰি পোৱা নাই। উত্তৰ প্ৰদেশৰ এজন অধ্যাপকে দুবছৰৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে। উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই অদ্ভুত ঘটনা। অধ্যাপকগৰাকীৰ নাম আৰু পৰিচয় ৰাজহুৱা কৰা হোৱা নাই।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ ইতিমধ্যে চাৰিবাৰ বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰে তিনিটা বিবাহ বিগত দুবছৰৰ ভিতৰত হৈছে। কিন্তু তেওঁৰ কোনোটো বিবাহে সফল নহ’ল। প্ৰথম তিনিটা বিবাহৰ অন্ত পৰে বিবাহ বিচ্ছেদত। এইবাৰ চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি আদালতলৈ যোৱা বুলি জানিব পৰা গৈছে।

Apply Now

বাতৰি অনুসৰি, অধ্যাপকগৰাকীয়ে আদালতত দাবী কৰিছে যে তেওঁ একেৰাহে চাৰিবাৰ বিয়া হোৱাৰ কাৰণ হৈছে এগৰাকী “আদৰ্শ” জীৱন সংগী বিচাৰি পোৱা। কিন্তু তেওঁ প্ৰতিবাৰেই ‘ব্যৰ্থ’ হৈছে। খবৰ অনুসৰি তেওঁ আদালতত কয় যে যদি তেওঁ “মনৰ মানুহ”জনীক বিচাৰি পায় তেন্তে তেওঁ আৰু কেতিয়াও বিয়া নাপাতে।

অধ্যাপকগৰাকীয়ে লগতে বাখ্যা কৰে যে যেতিয়াই তেওঁৰ পত্নীয়ে অসুখী বা তেওঁৰ জীৱনশৈলীৰ লগত খাপ খাব পৰা নাই বুলি অনুভৱ কৰে তেতিয়াই তেওঁ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। অৱশ্যে অধ্যাপকগৰাকীয়ে কয় যে বিচ্ছেদৰ পিছত তেওঁ নিজৰ প্ৰাক্তন পত্নীসকলক পোহপাল দিয়াৰ দায়িত্ব লয়।

কিন্তু অধ্যাপকগৰাকীৰ একাধিক বিবাহ আৰু একেৰাহে বিবাহ বিচ্ছেদক ​​লৈ সমালোচনা আৰম্ভ হৈছে। চতুৰ্থ পত্নীৰ অভিযোগৰ ভিত্তিত তেওঁ তদন্তৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

আদালতক দিয়া এক বিবৃতিত অধ্যাপকগৰাকীৰ ৩২ বছৰীয়া চতুৰ্থ পত্নীয়ে কয় যে মোৰ স্বামীৰ বিবাহ বিচ্ছেদৰ প্ৰতি প্ৰৱণতা আছে। তেওঁ যেনেকৈ আন পত্নীক পৰিত্যাগ কৰিলে, তেনেকৈয়ে তেওঁ মোকো একেদৰেই পৰিত্যাগ কৰিব বিচাৰে। “আই ৱাণ্ট জাষ্টিচ।” লগতে তেওঁ অধ্যাপকগৰাকীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।

খবৰটো পোহৰলৈ অহাৰ লগে লগে ছচিয়েল মিডিয়াত তোলপাৰ লাগে। বিতৰ্কৰো সৃষ্টি হৈছে। বহুতে বাৰে বাৰে বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী দিশক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd