• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ৰাজ্যৰ সকলো লোকেই ঐক্যবদ্ধ হ’লে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে: এন বিৰেন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 5:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ইম্ফলৰ নুপি লাল স্মৃতিক্ষেত্ৰত আয়োযিত নুপি লাল দিৱস (মহিলা যুদ্ধ) উদযাপনত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী এন বিৰেন সিঙে কয় যে যদিহে ৰাজ্যখনৰ সকলো লোকেই ঐক্যবদ্ধ হয় তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে।

তেওঁ লগতে উল্লেখ কৰে ‘আমি এক দিঘল সময় ধৰি নিজৰ মাজতে কিছু ভাৱ, ধাৰনা আৰু সন্দেহ লৈ জীয়াই আছো। এক উণ্নত আৰু সমিদ্ধিশালী মনিপুৰৰ বাবে আমি সম্প্ৰদায় তথা  ৰাজনৈতিক আদৰ্শ নিৰ্বিকেশে একগোট হোৱা উচিত।’ ৰাজ্যখনৰ লোকসকললৈ বিশেষকৈ মহিলা সকলক উদ্দেশ্যি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে  ৰাজ্যখনৰ প্ৰত্যেকজন লোকেই এক সুস্থিৰ, শাঁন্তিময় আৰু ভাল মনিপুৰৰ বাবে কেন্দ্ৰক আহবাণ জনোৱাৰ লগতে নিজৰ দৃষ্টিভংগী আৰু মত প্ৰকাশ কৰা উচিত। ৰাইজৰ সহায়-সহযোগ অবিহণে চৰকাৰে অকলে এই কাম কৰিব নোৱোৰে বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে মনিপুৰ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা সমুহৰ এক স্থায়ি সমাধাণ অানিবলৈ সকলো অংশীদাৰেই সেয়া লাগিলে সহশ্ৰ বা আন যি সংগঠণেই নহওক ভাগ লোৱা উচিত।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰীয়ে উপষ্টিত লোকসকলক স্মৃতিস্তম্ভ সমুসত পুষ্পানজলি প্ৰদানত নেতৃত্ব দিয়ে। অনুষ্ঠাণটোত উক্ত দিৱসৰ লগত সংগতি ৰাখি নুপি লাল স্মৃতিৰক্ষ্যা সমিতি আৰু নুপি লাল তথা খংজম যুদ্ধ স্মাৰক সমাজে ‘নুপি লাল’ ওপৰত এখন নাটকো পৰিবেশণ কৰে।

অনুষ্ঠাণটোত ৰাজ্যৰ কৃষি মন্ত্ৰী ভি সাঙখেলীয়ান, শক্তি মন্ত্ৰী থ বিশ্বজিত, বণ মন্ত্ৰী থ শ্যামকুমাৰ, শিক্ষা মন্ত্ৰী থ ৰাধেশ্যাম, সমাজ কল্যাণ মন্ত্ৰী নেমচা  কিপজেন, পাহাৰ ক্ষেত্ৰ সমিতিৰ অধ্যক্ষ এল ৰাধাকিশোৰ, ‘মেণ্ডিকো’ (MANIDCO)ৰ অধ্যক্ষ ড০ ৱাই ৰাধেশ্যাম, মনিপুৰ পৰ্যটণ বিভাগৰ অধ্যক্ষ ড০ চপম ৰণজন, প্ৰাক্তন উণ্নয়ন মন্ত্ৰী থ চাওবা আৰু অনান্য শৃৰ্ষ পুলিচ তথা অসামৰিক বিষয়া সকল উপষ্টিত থাকে।

আনহাতে ‘মেনজৰ মাল্টি-পাৰ্পাছ গবেষণা & ইউনিতি পাৰ্ক’ত অনুষ্ঠীত ‘নুপি লাল নিঙসিং থাওৰাম’ অনুষ্টানত ভাগ লৈ ৰাজ্যৰ তথ্য আৰু জণসংযোগ মন্ত্ৰী থংগাম বিশ্বজিত সিঙে কয় ‘আজিৰ দিনটো মনিপুৰৰ ইতিহাসত এটা উল্লেখযোগ্য দিন’। তেওঁ মনিপুৰৰ ৰাজনৈতিক তথা অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত নুপি লাল আণ্ডোলন লগতে মনিপুৰি মহিলাসকলে লোৱা ভূমিকাৰ গুৰুত্ব আৰোপ কৰে। মনিপুৰি মহিলাসকলে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াত কেতিয়াও পিছসুশোকা নাই বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে আজিও মনিপুৰী মহিলাসকলে সামাজিক অন্যায়ৰ বিৰুদধে সমান দৃঢ়তাৰে থিয় দি আছে। ইয়াৰ উপৰি তেওঁ সমাজৰ উণ্নতিৰ লগতে অনাণ্য ক্ষেত্ৰটো মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

September 11, 2025 3:29 pm
পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

September 11, 2025 2:10 pm
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

September 11, 2025 2:01 pm
কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

September 11, 2025 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

September 11, 2025 3:29 pm
পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

September 11, 2025 2:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd