• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিভাৰৰ বাবে জৰুৰী মেগনেছিয়াম, কি কি খাদ্য মিলাই খালে ৰোধ কৰিব পাৰি ফেটি লিভাৰৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 4:17 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

লিভাৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। সামগ্ৰিক সুস্থতাৰ বাবে লিভাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান আধুনিক জীৱনশৈলীয়ে কম বয়সতে লিভাৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। কিন্তু কিছুমান পুষ্টিকৰ উপাদানে লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে। ইয়াৰে এটা হ’ল মেগনেছিয়াম।

অনিদ্ৰাৰ পৰা আৰম্ভ কৰি ভোক কমি যোৱা আৰু হাড় ঠুনুকা হোৱালৈকে সমস্যা সমাধানৰ বাবে মেগনেছিয়াম অতি গুৰুত্বপূৰ্ণ। তেনে ক্ষেত্ৰত মেগনেছিয়াম সমৃদ্ধ কেইবাটাও খাদ্য আছে যিবোৰ একেলগে খালে যথেষ্ট উপকাৰ পোৱা যাব। উদাহৰণ স্বৰূপে-

* ৰঙালাউৰ গুটি আৰু এভোকেডো: ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। ইয়াক এভোকেডোৰ (মাখন ফল) দৰে লিভাৰৰ বাবে স্বাস্থ্যকৰ খাদ্যৰ লগত খালে ই অতি ফলপ্ৰসূ।

* পালেং শাক আৰু অলিভ অইল: অলিভ অইলত পালেং শাক ৰান্ধি খালে লিভাৰ সুস্থ হৈ থকাই নহয়, মেগনেছিয়ামৰ প্ৰয়োজনীয়তা পূৰণ কৰাতো সহায়ক হয়।

* ডাৰ্ক চকলেট: যদি মিঠাই খাবলৈ ভাল পায় তেনেহ’লে ডাৰ্ক চকলেট খাব পাৰে। ইয়াৰ লগত যিকোনো ধৰণৰ ফল খাওক।

* আলমণ্ড আৰু কাজু বাদাম:  ভিটামিন ই আৰু মেগনেছিয়ামযুক্ত আলমণ্ড আৰু কাজু লিভাৰৰ বাবে অতি স্বাস্থ্যকৰ।

* কল:  কলত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। দৈনিক খাদ্যত এটা কল অন্তৰ্ভুক্ত কৰিলে মেগনেছিয়ামৰ অভাৱ দূৰ কৰাত সহায়ক হ’ব পাৰে। ইয়াক ওটছৰ সৈতে স্মুদি হিচাপে খালে অতিৰিক্ত পুষ্টিকৰ উপাদান যোগ হ’ব।

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd