• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজৰ কল্পনাশক্তিৰ অপব্যৱহাৰ বাংলাদেশী কূটনীতিবিদৰ! যদি পাকিস্তানক আক্ৰমণ কৰা হয় তেন্তে উত্তৰ-পূব ভাৰত দখল কৰাৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 3:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ সংঘাতে এক নতুন মাত্ৰা লাভ কৰিছে। কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি ধৰিছে সীমান্ত। ভাৰতৰ সম্ভাৱ্য আক্ৰমণক লৈ চিন্তিত পাকিস্তান। এই বাবে উত্থান ঘটিছে বাংলাদেশৰ। বিডিআৰ আয়োগৰ মুৰব্বী তথা বাংলাদেশৰ প্ৰাক্তন সেনাৰ মুৰব্বী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এ এল এম ফজলুৰ ৰহমানে অন্তৱৰ্তীকালীন চৰকাৰক “ভাৰতৰ সাতখন ৰাজ্য দখল” কৰিবলৈ পৰামৰ্শ দিয়ে।

বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেল এএলএম-এ শেহতীয়াকৈ ভাৰতৰ পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানত আক্ৰমণ কৰিলে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ দখল কৰিব লাগে বুলি পৰামৰ্শ দিছে। চীনৰ সৈতে যৌথ সামৰিক পদক্ষেপ লোৱাৰ কথাও তেওঁ কয়।

Apply Now

তেওঁ ফেচবুক পোষ্টত এই উত্তেজক মন্তব্য কৰে, যিটোৱে ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ লিখিছে, “যদি ভাৰতে পাকিস্তানক আক্ৰমণ কৰে তেন্তে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্য দখল কৰিব লাগে।”

তেওঁ লগতে কয় যে এই বিষয়ত চীনৰ সৈতে আলোচনা আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, ফজলুৰ ৰহমান বৰ্তমান অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা চৰকাৰৰ ঘনিষ্ঠ বুলি জনা যায়। ২০২৪ চনৰ ডিচেম্বৰ মাহত ইউনুছ চৰকাৰে তেওঁক ২০০৯ চনৰ বিডিআৰ বিদ্ৰোহৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় স্বতন্ত্ৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।

কিন্তু বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰহমানৰ মন্তব্যই বাংলাদেশ চৰকাৰৰ স্থিতি বা নীতি প্ৰতিফলিত নকৰে। চৰকাৰে এনে কোনো বক্তব্যক সমৰ্থন নকৰে।’

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰু কয় যে বাংলাদেশ সদায় নিজৰ “সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা, পাৰস্পৰিক সন্মান আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ নীতি”ত অটল। ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি চৰকাৰে এনে ব্যক্তিগত মতামতক ৰাষ্ট্ৰীয় স্থিতি বুলি নাভাবিবলৈ সকলোকে অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd