• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতে নিষিদ্ধ কৰিছে পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 3:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে তৎক্ষণাত কাৰ্যকৰী হোৱা কৈ  পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সকলো আমদানি সম্পূৰ্ণ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে বাণিজ্য মন্ত্ৰালয়ে ২ মে’ত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰে সীমা অতিক্ৰম কৰি উত্তেজনা বৃদ্ধি কৰা বাণিজ্যিক পথসমূহ বিচ্ছিন্ন কৰাৰ লক্ষ্যৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। এই নিষেধাজ্ঞা সকলো সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য, সেয়া পোনপটীয়াকৈ পাকিস্তানৰ পৰা অহা হওক বা তৃতীয় দেশৰ জৰিয়তে হওক, আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা চলি থাকিব বুলি সদৰী কৰিছে।

উল্লেখ যোজ্ঞ যে ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানী সামগ্ৰীৰ ওপৰত ২০০% শুল্ক আৰোপ কৰিছিল। তাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্য কমি অহিছে।  ২০২৪–২৫ চনত ভাৰতৰ মুঠ আমদানিত পাকিস্তানৰ অংশ আছিল মাত্ৰ ০.০০০১%, য’ত ফলমূল, তৈলবীজ আৰু ঔষধৰ দৰে সামগ্ৰীয়েই আটাইতকৈ বেছি অৰিহণা যোগাইছিল। কম পৰিমাণে হ’লেও কিছুমান সামগ্ৰী পৰোক্ষভাৱে আন দেশৰ মাজেৰে ভাৰতলৈ আহি আছিল। এই নতুন নিষেধাজ্ঞাই সেই সুৰুঙাবোৰ বন্ধ কৰিছে, ইয়াৰ জৰিয়তে এইটো নিশ্চিত হৈ পৰিছে যে কোনোধৰণৰ পাকিস্তানী সামগ্ৰীয়ে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব নোৱাৰে।

Apply Now

ভাৰতীয় বন্দৰৰ পৰা পাকিস্তানী জাহাজক বাধা দিয়া আৰু সিন্ধু জল সন্ধি স্থগিত ৰখাকে ধৰি ধাৰাবাহিক কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।ইয়াৰ সন্দৰ্ভত পাকিস্তানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় বিমান সেৱাৰ বাবে আকাশমাৰ্গ বন্ধ কৰি দিছে, যাৰ ফলত এয়াৰ ইণ্ডিয়াৰ দৰে বিমান সংস্থাই লাখ লাখ লোকচানৰ সন্মুখীন হৈছে। এই নিষেধাজ্ঞাৰ ফলত পাকিস্তানৰ অৰ্থনীতিতো নেতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে, কিয়নো পাকিস্তানে এটা ডাঙৰ বাণিজ্যিক অংশীদাৰ হেৰুৱাই আৰু অধিক বিচ্ছিন্ন হৈ পৰিছে। ভাৰতৰ বাবে এই সিদ্ধান্তই সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি শক্তিশালী কৰে যদিও পূৰ্ৱত পৰোক্ষভাৱে অধিগ্ৰহণ কৰা কিছুমান সামগ্ৰীৰ ব্যয় বৃদ্ধি পাব পাৰে। কূটনৈতিক সম্পৰ্ক উত্তেজিত হৈ থকাৰ সময়তে দুয়োখন দেশেই অধিক পৰিণতিৰ বাবে সাজু হৈছে। প্ৰতিবেশী দেশৰ সৈতে বাণিজ্যতকৈ নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm
পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

August 10, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd