• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় সেনাৰ গোপন তথ্য ISI লৈ ফাদিল! পঞ্জাবত আটক দুই পাকিস্তানী চোৰাংচোৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 1:34 pm
ভাৰতীয় সেনাৰ গোপন তথ্য ISI লৈ ফাদিল! পঞ্জাবত আটক দুই পাকিস্তানী চোৰাংচোৱা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমৃতসৰ আৰক্ষীয়ে পহলগামত পাকিস্তানী চোৰাংচোৱা বুলি সন্দেহ কৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ নাম হৈছে শ্বেৰ মাছিহ আৰু সুৰোজ মাছিহ। এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰে লোক দুজনক। আটকাধীন লোককেইজনে অমৃতসৰৰ ভাৰতীয় সেনা শিবিৰ আৰু বায়ুসেনাৰ ষ্টেচনৰ কেইবাটাও স্থানৰ ফটো তুলি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক চোৰাংভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, পূৰ্বে সাধাৰণ জনতাৰ সৈতে মিহলি হৈ আছিল অভিযুক্তসকল। আৰু সুযোগ লৈ তেওঁলোকে বিভিন্ন স্পৰ্শকাতৰ ঠাইৰ ফটো তুলি চোৰাংভাৱে পাকিস্তানলৈ লৈ গৈছিল।

প্ৰাৰম্ভিক তদন্তৰ সময়ত আৰক্ষীয়ে শ্বেৰ আৰু সুৰজৰ প্ৰত্যক্ষ যোগাযোগ অমৃতসৰ কেন্দ্ৰীয় সংশোধনী কেন্দ্ৰৰ বন্দী হৰপ্ৰীত সিং ওৰফে হেপ্পীৰ সৈতে হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শ্বেৰ আৰু সুৰজে ভাৰতীয় সেনাৰ বহু গোপন আত্মগোপন স্থান আৰু ঘাটিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ ফটো তুলিছিল। তাৰ পিছত পাকিস্তানলৈ পঠিয়াই দিছিল। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে ৰাজস্থানৰ পৰা পাথান খান নামৰ এজন লোকক পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন পৰ্যটককে ধৰি মুঠ ২৬ জন লোক নিহত হৈছিল। তাৰ পাছৰে পৰা সেনাই সন্ত্ৰাসবাদীৰ সন্ধানত উপত্যকাৰ সিপাৰে অনুসন্ধান আৰম্ভ কৰিছে। এই পৰিবেশত চোৰাংচোৱা সংস্থাসমূহে সন্দেহ কৰিছে যে উগ্ৰপন্থীয়ে দেশৰ অন্য প্ৰান্তত আক্ৰমণ চলাব পাৰে। দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে অমৃতসৰৰ পৰা দুজন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা ঘটনাই চোৰাংচোৱা সংস্থাসমূহৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd