• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ আক্ৰমণত নিহত জঈছ-ঈ-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ সম্পূৰ্ণ পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 12:10 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱা পাকিস্তানৰ ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ুসেনাই ২৪ টা মিছাইল বৰ্ষণেৰে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লয়।

ভাৰতীয় সেনাই ‘অপাৰেশ্যন সিন্দুৰ’ নামেৰে নামকৰণ কৰা এই আক্ৰমণত ইতিমধ্যে ৯০ টাৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

এই আক্ৰমণত জঈছ-ঈ-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ সম্পূৰ্ণ পৰিয়াল নিহত হোৱা বুলি জানব পৰা গৈছে।

সন্ত্রাসবাদীটোৰ পৰিয়ালৰ মুঠ ১৪ গৰাকী সদস্যই ভাৰতীয় সেনাৰ আক্ৰমণত মৃত্যু হৈছে।  আক্রমণত মাছুদ আজহাৰৰ পত্নী, পুত্ৰ, আৰু ভাতৃৰ মৃত্যু  হৈছে।

উল্লেখ্য যে আজহাৰৰ ভাতৃ ৰৌফ আজহাৰো দুধৰ্ষ সন্ত্ৰাসবাদী।

প্ৰকাশিত তথ্য অনুসৰি, ২০০১ৰ সংসদ ভৱন আক্রমণেৰে জড়িত আছিল মাছুদ আজহাৰ । ২০০৮ চনৰ মুম্বাই আক্ৰমণৰো মাষ্টাৰমাইণ্ড আছিল মাছুদ আজহাৰ। ২০১৬ৰ পাঠানকোট আক্ৰমণৰৰ বাবেও মাছুদ জগৰীয়া।

২০১৯ৰ পুলৱামা আক্ৰমণো মাছুদ আজহাৰৰ নেতৃত্বতে হৈছিল।উল্লেখ্য যে ২০০০ চনত মাছুদ আজহাৰে গঠন কৰিছিল নৃশংস  সন্ত্রাসবাদী সংগঠন জইছ-ঈ-মহম্মদ।

Recent News

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd