• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকাশত বায়ুসেনা, স্থলভাগত সেনা! পাক সন্ত্ৰাসবাদী শিবিৰত ভাৰতৰ ২টা ধাৰাবাহিক আক্ৰমণঃ সূত্ৰৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰত নিৰ্ণায়ক আক্ৰমণ চলায়। চৰকাৰী শীৰ্ষ সূত্ৰই জনোৱা মতে, আকাশত বায়ুসেনা আৰু স্থলভাগত সেনাবাহিনীয়ে যুটীয়া আক্ৰমণ চলাইছিল।

ভাৰতীয় বায়ুসেনাই আকাশৰ পৰা ভূপৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই থকাৰ সময়তে ভাৰতীয় সেনাই একে সময়তে পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে বুলি সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে-এ জনাইছে।

Apply Now

নিষিদ্ধ সংগঠন জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈইবা, আৰু হিজবুল মুজাহিদ্দীনৰ সৈতে জড়িত সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে। নিশাৰ এই অভিযানত ৮০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়।

সূত্ৰই জনোৱা মতে, এই বহুমুখী আক্ৰমণ পাকিস্তানক সন্ত্ৰাসবাদী যন্ত্ৰক সমৰ্থন কৰা বন্ধ কৰাৰ সতৰ্কবাণী আছিল, যাৰ ফলত পাকিস্তানৰ সন্ত্ৰাসবাদী যন্ত্ৰ পংগু হৈ পৰিছে। ইয়াৰ উদ্দেশ্য আছিল ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন বন্ধ কৰিবলৈ ইছলামবাদলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা বুলি বিষয়াসকলে উল্লেখ কৰে।

চৰকাৰী সূত্ৰই লগতে কয় যে আক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে নতুন দিল্লীয়ে বিশ্বৰ গুৰুত্বপূৰ্ণ শক্তিসমূহৰ পৰা কূটনৈতিক সমৰ্থন লাভ কৰিছিল। ভাৰতে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াৰ পৰা মুকলি সমৰ্থন লাভ কৰা বুলি সূত্ৰই প্ৰকাশ কৰে আৰু লগতে কয় যে চীনৰ সঁহাৰিক নিৰপেক্ষ বুলি অভিহিত কৰা হৈছে যদিও উপসাগৰীয় ৰাষ্ট্ৰসমূহে ভাৰতৰ সৈতে একত্ৰিত হোৱা দেখা গৈছে, যাৰ ফলত পাকিস্তান কূটনৈতিক ক্ষেত্ৰত বহুলাংশে বিচ্ছিন্ন হৈ পৰিছে।

তুৰস্কৰ বাহিৰে আন কোনো দেশেই ইছলামাবাদক মুকলিকৈ সমৰ্থন কৰা নাছিল বুলি সূত্ৰই জনাইছে আৰু ইয়াক ভাৰতৰ বাবে এক উল্লেখযোগ্য কূটনৈতিক জয় বুলি অভিহিত কৰিছে।

ভাৰতে অৱশ্যে স্পষ্টকৈ উল্লেখ কৰে যে, ভাৰতে তীব্ৰতৰ পৰিস্থিত নিবিচাৰে কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে পাকিস্তানে প্ৰতিশোধ ল’লে ভাৰতে কঠোৰ প্ৰত্যুত্তৰ দিবলৈ সাজু।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd