• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

উত্তম কুমাৰ শৰ্মা,বোকাখাত by উত্তম কুমাৰ শৰ্মা,বোকাখাত
May 12, 2025 2:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথামতেই কাম! ৰাইজে প্ৰক্ষেপ কৰা প্ৰাৰ্থীক ৰাইজে কৰালে জয়ী। বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অগপৰ দুই প্ৰাৰ্থীক পৰাভূত কৰি জয়লাভ কৰিলে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী সৰুজান দাসে। দুখনকৈ নদীৰ পানীয়ে বাৰিষা ধুৱাই নিয়া এখন গাওঁ। কৃষি প্ৰধান গাওঁখনত কৃষিৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰা হৈছে গঞা ৰাইজে। ৰাস্তা পথৰ দুৰৱস্থাৰ বাবে বজাৰত বিক্ৰী কৰিবলৈ নিব নোৱাৰে। হয়, বাৰিষা হ’লেই গেলা বিল আৰু ব্ৰহ্মপুত্ৰই ভালকৈয়ে প্ৰভাৱান্বিত কৰে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মহুৰা গাওঁ পঞ্চায়তৰ অধীনৰ ২নং গৰৈমাৰী নামৰ গাঁৱখনক। সমষ্টিটো অতুল বৰাৰ। কিন্তু ৰাইজে ওজৰ আপত্তি জনোৱাৰ পাছতো তেওঁ আকৌ ধুমকলাৰ ভাও জুৰে। শুনিও যেন তেওঁ শুনা নাপাই ৰাইজৰ অভাৱ-অভিযোগ বোৰ। সেয়েহে ৰাইজে একান্ত প্ৰচেষ্টাৰে এইবাৰ থিয় কৰাইছিল নিজৰ সমৰ্থিত প্ৰাৰ্থী। অসম গণ পৰিষদ দলৰ দুগৰাকী প্ৰাৰ্থীৰ বিপৰীতে গাওঁখনৰ ৰাইজে প্ৰক্ষেপ কৰিছিল এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী। ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী সৰুজান দাসক ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰক্ষেপ কৰিছিল আৰু ৰাইজেই উত্সাহৰে ভোট দি জয়ী কৰাই আনিলে সৰুজান দাসক।

শেষনিশা তিনিবজাত উত্সাহিত গাঁৱৰ ৰাইজে  দলে বলে গাৱঁলৈ আদৰি নিলেহি প্ৰাৰ্থী গৰাকীক। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত, উত্তৰ মহুৰা গাওঁ পঞ্চায়তৰ অধীনৰ ২নং গৰৈমাৰীৰ ৯ নং ৱাৰ্ডৰ সদস্যা আছিল সৰুজান দাস।

Apply Now

ৱাৰ্ডটোৰ মুঠ ভোট আছিল = ৯১২ টা

পুলিং ভোট =৭৮৩ টা

সৰুজান দাসে লাভ কৰিলে=২৬৫ টা

মৌচুমী দাস(মিত্ৰজোঁটৰ)=২২৭ টা

কল্পনা দাস(মিত্ৰজোঁটৰ)=২৩৫ টা

কৰ্তন হোৱা ভোট=৫৬ টা।

গণতন্ত্ৰত যে ৰাইজেই ৰজা সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দিলে ৰাইজে। পিছে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱ ৰূপ দিয়ে সেয়া সময়তহে লক্ষণীয় হ‘ব।

উত্তম কুমাৰ শৰ্মা,বোকাখাত

উত্তম কুমাৰ শৰ্মা,বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd