• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুসহ ২৮ সংগঠনৰে আলোচনা : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 7:16 am
01-06-18 Guwahati- CM meeting with 28th various organisations (9)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল বা বিৰোধিতা সম্পৰ্কত কোনো কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চুক্তি ৰূপায়ন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেবাঘন্টা ধৰি আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ লগত হোৱা আলোচনা কালত মুখ্যমন্ত্ৰীয়ে বিধেয়কখন সম্পৰ্কত কোনো কথা স্পষ্ট নকৰিলে বুলি আলোচনা উপস্থিত থকা সংগঠনসমূহে ব্যক্ত কৰিছে।

অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পৰিকল্পনাৰ বিৰোধিতা কৰি ৰাজ্যজুৰি এক ঐক্যবদ্ধ প্ৰতিবাদ চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ এনে অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু ৰাজ্যজুৰি আন্দোলনমুখী পৰিৱেশ সৃষ্টি হৈছে।

Apply Now

এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে শুকুৰবাৰে আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল। ৰাজ্যচৰকাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি সংগঠনকেইটাৰ প্ৰতিনিধি বৈঠকত উপস্থিত হৈছিল। আবেলি ৩ বজাৰ পৰা আৰম্ভ হোৱা বৈঠকখন প্ৰায় ৩ ঘন্টা সময় ধৰি চলিছিল। চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগু, মুখ্য সচিব টি ৱাই দাস, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য,  উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালী আদি উপস্থিত থাকে।

আছুকে ধৰি উপস্থিত সংগঠনৰ নেতৃত্বই অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, ট্ৰাইবেল বেল্টৰ মাটি সংৰক্ষিত কৰা, জনজাতিসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰা আদি বিষয়ত আলোচনা কালত জোৰ দিয়ে। এইক্ষেত্ৰত সংগঠনকেইটাই ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ দাবী কৰে।

বৈঠকৰ অন্তত আছুৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নাগৰিকত্বৰ নিয়ম আৰু পাছপ’ৰ্ট আইনৰ জাননী প্ৰত্যাহাৰ কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰ বাবে অস্তিত্বৰ সংকট কঢ়িয়াই আনিব পৰা বিতৰ্কিত বিধেয়কখন বাতিল কৰা সন্দৰ্ভত একো নকলে।

ড০ সমুজ্বল ভট্টাচাৰ্যই কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰখনে বিধেয়কখনৰ বিৰোধিতা কৰিব নে নাই তাকো স্পষ্টভাৱে নকলে। সেয়ে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে আন্দোলন তীব্ৰতৰ কৰি তুলিব।

মুখ্যমন্ত্ৰীক আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে এখন স্মাৰক পত্ৰও দিয়ে। স্মাৰক পত্ৰখনত সংগঠনকেইটাৰ স্পষ্ট মতামত অৱগত কৰা হৈছে আৰু এন আৰ চিত যাতে এজনো অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নহয় সেয়া নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকৰ আগত কয় যে চৰকাৰে অসমৰ স্বাৰ্থত দায়বদ্ধতাৰে কাম কৰিব। ৰাইজ শংকিত হ’ব নালাগে।

কিন্তু মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত একো নকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd