• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী
May 16, 2025 5:19 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই। দুৰাৰোগ্য ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কন্ঠশিল্পীগৰাকী। শুকুৰবাৰে দিনৰ ২.২০ বজাত গুৱাহাটীৰ নেম কেয়াৰ হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৮০ চনত জন্মগ্ৰহণ কৰা গায়ত্ৰী হাজৰিকাই টি.চি.গাৰ্লছ হাইস্কুল আৰু এম.পি. হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লখনৌৰ পৰা ‘এম. মিউজ’ ডিগ্ৰী লাভ কৰে।

Apply Now

শৈশৱেত তেওঁ তেজপুৰৰ এচ. মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুৱাহাটীৰ দ্বিজেন দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুণদা দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক গীতৰ শিক্ষা লাভ কৰে। সেইদৰে দিলীপ শৰ্মাৰ ওচৰত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা, অনন্ত ওজাৰ ওচৰত বৰগীতৰ শিক্ষা আৰু পণ্ডিত মোহনলাল মিশ্ৰ, পণ্ডিত আলোক চেটাৰ্জী, মীৰা দত্ত ৰায় আৰু সুবিৰ নন্দীৰ ওচৰত শাস্ত্ৰীয়, লঘু-শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। সেইদৰে তেওঁ জয় প্ৰকাশ মেধি আৰু জিতেন বসুমতাৰীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰে।

তেখেতে প্ৰায় ১১ বছৰমানৰপৰাই মঞ্চত প্ৰথম গীত পৰিৱেশন কৰে। সেইদৰে ১৯৯২ চনত গুৱাহাটী ৰেডিঅ’ চেণ্টাৰ আৰু গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল।

সৰা পাতে পাতে ফাগুন নামে শীৰ্ষক গীতটি আছিল তেখেতৰ আটাইতকৈ জনপ্ৰিয় গীত। বহু কেইখন অসমীয়া কথাছবি আৰু ধাৰাবাহিকত তেওঁ কন্ঠদান কৰিছিল। মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদি কথাছবিত তেখেতে কেইবাটাও গীতত কন্ঠদান কৰিছিল।  ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰে। তেখেতৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটা হৈছে ‘মিঠা আৱেশেৰে’(২০১৪) আৰু ‘সুৰৰ আৱেশেৰে’(২০১৭)। ২০১৯ চনত হাজৰিকাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্ৰেড কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।এইগৰাকী প্ৰতিভাৱান সংগীত শিল্পীয়ে মাত্ৰ ৪৫ বছৰ বয়সতে জীৱন নাট সামৰণি মাৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু দুই পুত্ৰক এৰি থৈ যায়। গায়ত্রী হাজৰিকাৰ অকাল মৃত্যুত এতিয়া অসমীয়া সংগীত জগতত পৰিছে শোকৰ ছাঁ।

নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd