• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 19, 2025 8:30 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খোজকঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম ব্যায়াম বুলি আমি সকলোৱেই জানো। কিন্তু খোজ কঢ়া সম্পৰ্কে এটা বিশেষ দাবী কৰিছে বিশেষজ্ঞ সকলে। খোজ কঢ়াৰ ফলত আয়ুস বৃদ্ধি পায়। দিনটোত ১১১ মিনিট খোজ কাঢ়িলে আয়ুস ১১ বছৰ বৃদ্ধি পায় বুলি গৱেষণাৰ পৰা জানিব পৰা গৈছে।

শেহতীয়াকৈ কুইন্সলেণ্ডৰ গ্ৰীফিথ বিশ্ববিদ্যালয়ে বিখ্যাত বৈজ্ঞানিক আলোচনী ‘ব্ৰিটিছ জাৰ্নেল অৱ স্প’ৰ্টছ মেডিচিন’ত প্ৰকাশ কৰা গৱেষণা পত্ৰত এনে তথ্য দাঙি ধৰা হৈছে। বিশ্ববিদ্যালয়খনৰ জনস্বাস্থ্য বিভাগে বিগত ১০ বছৰত ৪০ বছৰৰ ওপৰৰ ৩৬ হাজাৰ আমেৰিকান নাগৰিকৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে খোজ কাঢ়িব নোৱাৰা লোকৰ তুলনাত দিনটোত গড়ে ১১১ মিনিট খোজ কাঢ়িলে তেওঁলোকৰ সুস্থ আয়ুস প্ৰায় ১১ বছৰ বৃদ্ধি পায়।

Apply Now

গ্ৰীফিথ বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য বিভাগৰ অধ্যাপক লেনাৰ্ট ভাৰ্মানে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে এই অধ্যয়নৰ ফলাফলত আচৰিত হৈছে। তেওঁলোকে দেখিলে যে যিসকলে সুস্থ হৈও খোজ নাকাঢ়ে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা ধূমপান কৰা বা উচ্চ ৰক্তচাপ থকাসকলতকৈ কম নহয়।

শাৰীৰিক ব্যায়ামৰ বাবে খোজ কঢ়াটো এতিয়া বহুতৰে জীৱনশৈলীৰ অংশ হৈ পৰিছে। হৃদৰোগ বিশেষজ্ঞসকলে নিজৰ ৰুটিনত গাঢ় আখৰেৰে লিখে, “খোজ কঢ়াটো এটা আৱশ্যকীয়।” প্ৰতিদিনে পুৱা, দুপৰীয়া বা সন্ধিয়া নিয়মীয়াকৈ খোজ কাঢ়িব লাগে। ভাৰতকে ধৰি বিভিন্ন দেশৰ গৱেষকসকলে একেলগে ১২টা অধ্যয়নত অংশগ্ৰহণ কৰা প্ৰায় ১ লাখ ১১ হাজাৰ লোকৰ খোজ কঢ়াৰ ৰেকৰ্ড বিশ্লেষণ কৰি প্ৰায় একেটা সিদ্ধান্তত উপনীত হয়। এই অধ্যয়নত দেখা গৈছে যে যিসকলে প্ৰতিদিনে কমেও ২৫০০ আৰু ২৭০০ খোজ খোজ কাঢ়িছিল তেওঁলোকৰ হৃদৰোগত মৃত্যুৰ সম্ভাৱনা আনৰ তুলনাত ক্ৰমে কমেও ৮% আৰু ১১% হ্ৰাস পাইছে। আৰু দৈনিক ৭,০০০ আৰু ৯,০০০ খোজ খোজ কাঢ়িলে সেই বিপদ কমেও ৫১% আৰু ৬০% হ্ৰাস পায়। গৱেষণা পত্ৰখনত আৰু দাবী কৰা হৈছে যে প্ৰতি ১০০০ খোজ বা ১০ মিনিটৰ অতিৰিক্ত খোজ কঢ়াৰ অৰ্থ হ’ল মৃত্যুৰ সম্ভাৱনা অবিৰতভাৱে হ্ৰাস পোৱা আৰু আয়ুস বৃদ্ধি। ফলত তাতোকৈ আচৰিত কথাটো হ’ল ১১১ মিনিট খোজ কাঢ়িলে আপোনাৰ আয়ুস ১১ বছৰ বৃদ্ধি পাব পাৰে!

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd